ETV Bharat / state

বাক্সাত সমূহীয়াকৈ ব'হাগ বিহু উদযাপন - তামুলপুৰ

বাক্সাৰ তামুলপুৰ মহকুমাৰ জামুগুৰী যুৱ সমাজৰ উদ্যোগত বাৰেবৰণীয়া মুকলি সাংস্কৃতিক কাৰ্যসূচীৰে ৰঙালী বিহু উদযাপন ।

বাক্সাত সমূহীয়াকৈ ব'হাগ বিহু উদযাপন
author img

By

Published : May 9, 2019, 11:00 PM IST

বাক্সা,৯ মে': বাক্সাৰ জামুগুৰিৰ যুৱ সমাজৰ উদ্যোগত ব'হাগ বিহু উদযাপন ।বাক্সাৰ তামুলপুৰ মহকুমাৰ জামুগুৰী যুৱ সমাজৰ উদ্যোগত ভেৰাখাট মধ্য ইংৰাজী বিদ্যালয়ৰ খেল পথাৰত ৮ মে' বুধবাৰে পুৱাৰ ভাগত বৃক্ষৰোপণ আৰু ছাত্ৰ-ছাত্ৰী সকলৰ বিভিন্ন খেল ধেমালি আদিৰে ৰঙালী বিহু উদযাপন কৰে।

বাক্সাত সমূহীয়াকৈ ব'হাগ বিহু উদযাপন

আনহাতে বৃহস্পতিবাৰে দ্বিতীয় দিনাৰ কাৰ্যসূচী মৰ্মে ৯ মে' বৃহস্পতিবাৰে পুৱা ৮ বজাত অনুষ্ঠিত হয় সামূহিক চাফাই অভিযান। পুৱা ১০ বজাত চিত্ৰাংকণ প্ৰতিযোগিতা আৰু দুপৰীয়া ১২ বজাত আয়োজন কৰে কুইজ প্ৰতিযোগিতা। দুপৰীয়া ২ বজাত বাৰেবৰণীয়া মুকলি সাংস্কৃতিক কৃষ্টি প্ৰদৰ্শন অনুষ্ঠানত হুঁচৰি বিহু দল, বৈশাগু দল,ৰাভা কৃষ্টি দল আৰু নেপালী সাংস্কৃতিক দলে অনুষ্ঠান পৰিৱেশন কৰে। উল্লেখ্য যে সন্ধিয়া ৭ বজাত সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰে ২৬নং দৰঙ্গাজুলি বিটিচিৰ পৰিষদীয় সমষ্টিৰ এম চি এল এ বিজিৎ গৌৰা নাৰ্জাৰীয়ে। জানিব পৰা মতে,সাংস্কৃতিক সন্ধিয়াৰ মুখ্য আকৰ্ষণ অঞ্জালী সোণা বসুমতাৰী, ৰুবিন বড়ো আৰু বাঁহী চৌধুৰী।

Intro:বাক্সাৰ জামুগুৰীৰ যুৱ সমাজৰ উদ্যোগত বহাগ বিহু উদযাপন ।

Body:বাক্সাৰ তামুলপুৰ মহকুমাৰ জামুগুৰী যুৱ সামাজৰ উদ্যোগত ভেৰাখাট মধ্য ইংৰাজী বিদ্যালয়ৰ খেল পথাৰত ৮ মে বুধবাৰ পুৱাৰে পৰা বৃক্ষ ৰোপণ আৰু ছাত্র ছাত্ৰী সকলৰ বিভিন্ন খেল ধেমালি আদিৰে ৰঙালী বিহু উদযাপনৰ আৰম্ভণী হয় । আনহাতে আজি দ্বিতীয় দিনাৰ কাৰ্যসূচী মৰ্মে ৯ মে বৃহস্পতিবাৰে পুৱা ৮ বজাত সামুহিক চাফাই অভিযান। পুৱা ১০ বজাত চিত্ৰাংকণ প্ৰতিযোগিতা আৰু দুপৰীয়া ১২ বজাত কুইজ প্ৰতিযোগিতা আযোজন কৰে ।

Conclusion: দুপৰীয়া ২ বজাত বাৰেবৰণীয়া মুকলি সাংস্কৃতিক কৃষ্টি প্ৰদৰ্শনত অনুষ্ঠানত হুঁচৰি বিহু দল, বৈছাগু দল, ৰাভা কৃষ্টি দল আৰু নেপালী সাংস্কৃতিক দলে। উল্লেখ্য যে সন্ধিয়া ৭ বজাত সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব ২৬ নং দৰঙ্গাজুলি বিটিচিৰ পৰিষদীয় সমষ্টিৰ এম চি এল এ বিজিৎ গৌৰা নাৰ্জাৰীয়ে। জানিব পৰা মতে নিশা সাংস্কৃতিক সন্ধিয়াত গীত পৰিবেন কৰিব অঞ্জালী সোণা বসুমতাৰী, ৰুবিন বড়ো আৰু বাঁহী চৌধুৰীয়ে।

বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.