বাক্সা,4 মাৰ্চঃ বাক্সাৰ তামুলপুৰৰ কাউলীত,বগাজুলী কৃষক ৰাইজৰ মাজত হাঁহাকাৰ। মঙলবাৰে কালি হৈ যোৱা প্ৰৱল শিলা বৃষ্টিৰ ফলত বিস্তৰ ক্ষতিসাধন হয় দৰিদ্ৰ কৃষক ৰাইজৰ। এতিয়াও ঠায়ে ঠায়ে পৰি আছে বৰফৰ বৃহৎ বৃহৎ টুকুৰা । এদিনৰ বাবে বৃহত্তৰ অঞ্চলটো হৈ পৰিছিল বৰফৰ দেশ সদৃশ। এই শিলা বৃষ্টিৰ ফলত অঞ্চলটোৰ কাউলীৰ সুবল বিশ্বাস নামৰ লোকজনৰ বিঘাই বিঘাই উন্নত জাতৰ বগৰী খেতি অনিষ্ট হয় আৰু বগাজুলী কেইবাগৰাকী লোকৰ প্ৰায় লক্ষাধিক টকাৰ ক্ষতিসাধন হৈছে । ঘৰৰ চোতালৰ লগতে,পথাৰত এতিয়াও পৰি আছে বৰফৰ বৃহৎ বৃহৎ আকাৰৰ টুকুৰা। ক্ষন্তেক সময়ৰ বাবে এই বৰফৰ টুকুৰাই সৰ্বসাধাৰণ ৰাইজক প্ৰকৃতিৰ বিনন্দীয়া সৌন্দৰ্যৰ আমোদ প্ৰদান কৰিছিল যদিও পৰৱৰ্তী সময়ত দুখত ভাগি পৰে কৃষক ৰাইজসকল।
বাক্সাৰ কেইবা ঠাইটো ধুমুহা শিল বৰষুণ - বাক্সাৰ তামুলপুৰ
এদিনৰ বাবে বৃহত্তৰ অঞ্চলটো হৈ পৰিছিল বৰফৰ দেশ সদৃশ। এই শিলা বৃষ্টিৰ ফলত অঞ্চলটোৰ কাউলীৰ সুবল বিশ্বাস নামৰ লোকজনৰ বিঘাই বিঘাই উন্নত জাতৰ বগৰী খেতি অনিষ্ট হয় আৰু বগাজুলী কেইবাগৰাকী লোকৰ প্ৰায় লক্ষাধিক টকাৰ ক্ষতিসাধন হৈছে ।
বাক্সা,4 মাৰ্চঃ বাক্সাৰ তামুলপুৰৰ কাউলীত,বগাজুলী কৃষক ৰাইজৰ মাজত হাঁহাকাৰ। মঙলবাৰে কালি হৈ যোৱা প্ৰৱল শিলা বৃষ্টিৰ ফলত বিস্তৰ ক্ষতিসাধন হয় দৰিদ্ৰ কৃষক ৰাইজৰ। এতিয়াও ঠায়ে ঠায়ে পৰি আছে বৰফৰ বৃহৎ বৃহৎ টুকুৰা । এদিনৰ বাবে বৃহত্তৰ অঞ্চলটো হৈ পৰিছিল বৰফৰ দেশ সদৃশ। এই শিলা বৃষ্টিৰ ফলত অঞ্চলটোৰ কাউলীৰ সুবল বিশ্বাস নামৰ লোকজনৰ বিঘাই বিঘাই উন্নত জাতৰ বগৰী খেতি অনিষ্ট হয় আৰু বগাজুলী কেইবাগৰাকী লোকৰ প্ৰায় লক্ষাধিক টকাৰ ক্ষতিসাধন হৈছে । ঘৰৰ চোতালৰ লগতে,পথাৰত এতিয়াও পৰি আছে বৰফৰ বৃহৎ বৃহৎ আকাৰৰ টুকুৰা। ক্ষন্তেক সময়ৰ বাবে এই বৰফৰ টুকুৰাই সৰ্বসাধাৰণ ৰাইজক প্ৰকৃতিৰ বিনন্দীয়া সৌন্দৰ্যৰ আমোদ প্ৰদান কৰিছিল যদিও পৰৱৰ্তী সময়ত দুখত ভাগি পৰে কৃষক ৰাইজসকল।
বঙাইগাঁৱত ষ্ট্ৰবেৰী খেতিৰে উজলিছে টেট শিক্ষক