ETV Bharat / state

বাক্সাৰ সুৱণখাটাত অ‘জগৰ উদ্ধাৰ

প্ৰায় ২ মিটাৰ দীঘল অ‘জগৰডাল স্থানীয় স্বেচ্ছাসেৱী সংগঠন মানাহ চৌকি ইকো টুৰিজিম চ‘ছাইটিৰ হাতত অৰ্পণ কৰে ৷

baksha-borma-recover-one-snake
বাক্সাৰ সুৱণখাটাত অ‘জগৰ সাপ উদ্ধাৰ
author img

By

Published : Apr 17, 2020, 8:47 PM IST

বাক্সা 17এপ্ৰিল : বাক্সা জিলাৰ বৰবৰী আৰক্ষী থানাৰ অন্তৰ্গত সুৱণখাটাত আজি এডাল অজগৰ উদ্ধাৰ হয় ৷ সুৱণখাটাৰ সোনাপুৰ গাঁওৰ লাল বাহাদুৰ গুৰুঙ নামৰ লোকজনে তেওঁলোকৰ পুখুৰীৰ পৰা উদ্ধাৰ কৰে অজগৰডাল ৷

বাক্সাৰ সুৱণখাটাত অ‘জগৰ সাপ উদ্ধাৰ

প্ৰায় ২ মিটাৰ দীঘল অজগৰ সাপদাল স্থানীয় স্বেচ্ছাসেৱী সংগঠন মানাহ চৌকি ইকো টুৰিজিম চ‘ছাইটিৰ হাতত অৰ্পণ কৰে ৷ পিচত স্বেচ্ছাসেৱী সংগঠনটোৰ সদস্যসকলে অজগৰ অজগৰটো সূৱণখাটা সংৰক্ষিত বনাঞ্চল মুকলি কৰি দিয়ে ৷

লগতে পঢক : বিশ্বনাথত অঘটনঃ গছৰ ডাল কাটিবলৈ গৈ মৃত্যু এজনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.