ETV Bharat / state

বিশ্বজিত দৈমাৰীৰ বিজেপিত যোগদানে ইউপিপিএলক ক্ষতি কৰিব নেকি ! - uppl

বিনা গয়াৰীয়ে কয়, বিশ্বজিত দৈমাৰী আৰু ইমানুৱেল মোছাহাৰীয়ে বিজেপি দললে ভাল কাম কৰিবৰ বাবে গৈছে । দৈমাৰীয়ে বিপিএফ দল পদত্যাগ কৰি অন্য দল তথা বিজেপি দলত যোগদান কৰাৰ ফলত ইউপিপিএল দলৰ কোনোধৰণৰ ক্ষতি নহয় বুলি মন্তব্য প্ৰকাশ কৰে বিনা গয়াৰীয়ে ।

baksha bina goyary
বিশ্বজিত দৈমাৰীৰ বিজেপিত যোগদানে ইউপিপিএলক ক্ষতি নকৰে
author img

By

Published : Nov 23, 2020, 9:42 PM IST

বৰমা, ২৩ নবেম্বৰঃ বাক্সা জিলাৰ ২২ নং কোকলাবাৰী পৰিষদীয় সমষ্টিৰ অন্তৰ্গত গলা গাঁৱৰ ৰাস মন্দিৰ প্ৰাংগনত ইউপিপিএল দলৰ এক বিশাল মহিলা সমাৰোহ সোমবাৰে অনুষ্ঠিত হয়। সভাত উপস্থিত থাকে ইউপিপিএল দলৰ সভানেত্ৰী বিনা গয়াৰী ৷

সভাত বিনা গয়াৰীয়ে কয়, বিশ্বজিত দৈমাৰী আৰু ইমানুৱেল মোছাহাৰীয়ে বিজেপি দললে ভাল কাম কৰিবৰ বাবে গৈছে । সমান্তৰালভাৱে দৈমাৰীয়ে বিপিএফ দল পদত্যাগ কৰি অন্য দল তথা বিজেপি দলত যোগদান কৰাৰ ফলত ইউপিপিএল দলৰ কোনোধৰণৰ ক্ষতি নহয় বুলি মন্তব্য প্ৰকাশ কৰে বিনা গয়াৰীয়ে ।

বিশ্বজিত দৈমাৰীৰ বিজেপিত যোগদানে ইউপিপিএলক ক্ষতি নকৰে

ইফালে, এইবাৰ বিটিচিৰ নিৰ্বাচনত ইউপিপিএলৰ চৰকাৰ হোৱাটো একেবাৰে নিশ্চিত দাবী কৰে সভানেত্ৰী গৰাকীয়ে ৷ উল্লেখ্য যে, ইউপিপিএল দলৰ সভাপতি প্ৰমোদ বড়োৱে ইতিমধ্যে ৰাইজৰ মাজত নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰাৰ পৰিলক্ষিত হৈছে ৷

লগতে পঢ়কঃ তৰুণ গগৈৰ মৃত্যু: এটোৱা মুণ্ডাৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.