কোকৰাঝাৰ, 23 এপ্ৰিলঃ ৰাজ্যত ইতিমধ্যে শান্তিপূৰ্ণ ভাৱে চলি আছে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ ৫নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী শব্দ ৰাম ৰাভাই সাব্যস্ত কৰিলে ভোটদান ৷ বাক্সাৰ দলংপাৰাত ১৫০নং ভোট কেন্দ্ৰৰ পৰা পুৱা ৮ বজাত ভোটদান কৰে প্ৰাৰ্থীগৰাকীয়ে ৷
৫নং কোকৰাঝাৰ সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী শব্দ ৰাম ৰাভাৰ ভোটদান - কংগ্ৰেছৰ প্ৰাৰ্থী শব্দ ৰাম ৰাভা
৫নং কোকৰাঝাৰ লোক সভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী শব্দ ৰাম ৰাভাই বাক্সাৰ দলংপাৰাত সাব্যস্ত কৰিলে ভোটদান
![৫নং কোকৰাঝাৰ সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী শব্দ ৰাম ৰাভাৰ ভোটদান](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-3081330-thumbnail-3x2-baksa.jpg?imwidth=3840)
৫ নং কোকৰাঝাৰ সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী শব্দ ৰাম ৰাভাৰ ভোটদান
কোকৰাঝাৰ, 23 এপ্ৰিলঃ ৰাজ্যত ইতিমধ্যে শান্তিপূৰ্ণ ভাৱে চলি আছে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ ৫নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী শব্দ ৰাম ৰাভাই সাব্যস্ত কৰিলে ভোটদান ৷ বাক্সাৰ দলংপাৰাত ১৫০নং ভোট কেন্দ্ৰৰ পৰা পুৱা ৮ বজাত ভোটদান কৰে প্ৰাৰ্থীগৰাকীয়ে ৷
৫ নং কোকৰাঝাৰ সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী শব্দ ৰাম ৰাভাৰ ভোটদান
৫ নং কোকৰাঝাৰ সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী শব্দ ৰাম ৰাভাৰ ভোটদান
A_BAK_23APR_801_TO_810_SABDA_RABHA_CAST_VOTE_VIS+BYTE_Ajit_Rabha
বাক্সাৰ দলংপাৰাত কংগ্ৰেছৰ প্ৰাৰ্থী শব্দ ৰাম ৰাভাৰ ভোটদান
৫ নং কোকৰাঝাৰ লোক সভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী শব্দ ৰাম ৰাভাই ভোট কেন্দ্ৰ ১৫০ নং দলংপাৰ প্ৰাথমিক বিদ্যালয়ত পুৱা ৮ বজাত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিলে।উল্লেখ্য যে তেওঁ বিজয় হলে বিটিচি চুক্তি পুণৰিক্ষণ কৰিব।
ভাষ্য :
অজিত ৰাভা বাক্সা
ইটিভি ভাৰত অসম ।