ETV Bharat / state

বাক্সাৰ জাখলিবিলত উদ্ধাৰ যুৱকৰ মৃতদেহ!

author img

By

Published : Jan 21, 2020, 11:55 PM IST

বাক্সাৰ জাখলিবিলত উদ্ধাৰ হয় গুনীন ঘোঁৰাচোৱা নামৰ এজন যুৱকৰ মৃতদেহ ৷ শিমলাগুৰি আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহটো ৷ ঘটনা সন্দৰ্ভত অব্যাহত আছে তদন্ত ৷

baksa-recover-a-deadbody
বাক্সাৰ জাখলিবিলত উদ্ধাৰ যুৱকৰ মৃতদেহ!

বৰপেটাৰোড, 21 জানুৱাৰী : বাক্সা জিলাত চাঞ্চল্যকৰ ঘটনা ৷ মঙলবাৰে বিয়লি বাক্সা জিলাৰ জাখলিবিলত উদ্ধাৰ হয় এটা মৃতদেহ ৷ উদ্ধাৰ হোৱা মৃতদেহটো শিৱসাগৰ জিলাৰ থাওৰা সমষ্টিৰ বৰবাম গাঁৱৰ দূৰ্গা ঘোঁৰাচোৱাৰ পুত্ৰ গুনীন ঘোঁৰাচোৱাৰ বুলি জানিব পৰা গৈছে ৷ যুৱকজনৰ পকেটৰ পৰা উদ্ধাৰ হোৱা পানকাৰ্ড আৰু ভোটাৰ কাৰ্ডৰ পৰা চিনাক্ত কৰা হয় যুৱকজনক ৷

অন্য এক খবৰৰ বাবে :ইৰাকৰ গ্ৰীণ জ'নস্থিত মাৰ্কিন দুতাবাসত ৰকেট আক্ৰমণ

আনহাতে যুৱকজনৰ পকেটৰ পৰা উদ্ধাৰ হয় বঙাইগাঁও ৰেল ষ্টেচনৰ পৰা শিৱসাগৰৰ শিমলুগুৰিলৈ যোৱা এটা ৰেলৰ টিকট ৷ সোমবাৰে বিয়লি ৪ বাজি ৪৪ মিনিটত ৰেলেৰে বঙাইগাঁৱৰ পৰা যাত্ৰা আৰম্ভ কৰা যুৱকজনৰ মৃত্যু কিদৰে হ'ল এই সন্দৰ্ভত বৰ্তমানেও জানিব পৰা হোৱা নাই ৷ বাক্সা জিলাৰ জাখলিবিলৰ ৰেলপথৰ কাষৰ পিটনিত উদ্ধাৰ হয় যুৱকজনৰ মৃতদেহ ৷ মুৰত আঘাতপ্ৰাপ্ত অৱস্থাত উদ্ধাৰ হৈছিল যুৱকজনৰ মৃতদেহ ৷ বাক্সা জিলাৰ দণ্ডাধীশৰ উপস্থিতিত শিমলাগুৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰাৰ পিচতেই যুৱকজনৰ পৰিচয় উদ্ধাৰ হয় ৷ ইতিমধ্যে মৃতদেহটোৰ মৰনোত্তৰ পৰীক্ষাৰ বাবে হাস্পাটাললৈ প্ৰেৰণ কৰাৰ লগতে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷

Intro:বৰপেটাৰোড 21 জানুৱাৰী :বৰপেটাৰোডৰ সমীপৰ বাক্সা জিলাৰ জাখলিবিল পথাৰৰ পিটনিত মঙ্গলবাৰে বিয়লি এটা মৃতদেহ উদ্ধাৰ হৈছে ৷ উদ্ধাৰ হোৱা মৃতদেহটো শিৱসাগৰ জিলাৰ থাওৰা সমষ্টিৰ বৰবাম গাৱৰ গুনীন ঘোঁৰাচোৱা ৷বৰবাম গাৱৰ দূৰ্গা ঘোঁৰাচোৱাৰ পুত্ৰ গুনীন ঘোঁৰাচোৱা বুলি জানিব পৰা গৈছে ৷Body:যুৱকজনৰ পকেটৰ পৰা উদ্ধাৰ হোৱা পানকাৰ্ড আৰু ভোটাৰ কাৰ্ডৰ পৰা চিনাক্ত কৰা হৈছে যুৱকজনক ৷ আনহাতে যুৱকজনৰ পকেটৰ পৰা উদ্ধাৰ হৈছে বঙাইগাও ৰেল ষ্টেচনৰ পৰা শিৱসাগৰৰ শিমলুগুৰিলৈ যোৱা ৰেলৰ টিকট ৷ সোমবাৰে বিয়লি ৪ বাজি ৪৪ মিনিটত ৰেলেৰে বঙাইগাৱৰ পৰা যাত্ৰা আৰম্ভ কৰা যুৱকজন কি পৰিস্থিতিৰ বলি হৈ এনেদৰে মৃত্যু হ'ল সেয়া এতিয়াও জানিব পৰা হোৱা নাই ৷ বৰপেটাৰোড চহৰৰ বাক্সা জিলাৰ জাখলিবিল পথাৰৰ ৰেলপথৰ কাষৰ পিটনিৰ মাজত মুৰত আঘাতপ্ৰাপ্ত অৱস্থাত উদ্ধাৰ হৈছিল যুৱকজনৰ মৃতদেহ ৷ বাক্সা জিলাৰ দণ্ডাধীশৰ উপস্থিতিত শিমলাগুৰি আৰক্ষী চকীৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰাৰ পিচতেই যুৱকজনৰ পৰিচয় উদ্ধাৰ হয় ৷ যুৱকজন কি পৰিস্থিতিত এনেদৰে মৃত্যুমুখত পৰিল সেয়া এতিয়াও জানিব পৰা হোৱা নাই ৷ ইতিমধ্যে মৃতদেহটোৰ মৰনোত্তৰ পৰীক্ষাৰ বাবে হস্পিটাললৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে ৷ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে ৷ এই ঘটনাই অঞ্চলটেত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷Conclusion:Abdul khaleque Ahmed
Etv Bharat Assam
Barpeta road
9957907059
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.