ETV Bharat / state

বাক্সাৰ মুছলপুৰত যুৱকক চোকা অস্ত্ৰৰে আক্ৰমণ দুৰ্বৃত্তৰ

author img

By

Published : Jun 24, 2020, 12:57 PM IST

বাক্সাৰ মুছলপুৰত মঙলবাৰে নিশা সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ মঙলবাৰে নিশা ভৱেন দাস নামৰ যুৱকজনক চোকা অস্ত্ৰৰে আক্ৰমণ চলায় প্ৰদীপ সূত্ৰধৰ নামৰ আন এজন যুৱকে ৷

Baksa Muchalpur attempt to murder
বাক্সাৰ মুছলপুৰত যুৱকক চোকা অস্ত্ৰৰে আক্ৰমণ দুৰ্বৃত্তৰ

বাক্সা,24 জুনঃ বাক্সাৰ মুছলপুৰত মঙলবাৰে নিশা সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ মঙলবাৰে নিশা ভৱেন দাস নামৰ যুৱকজনক চোকা অস্ত্ৰৰে আক্ৰমণ চলায় প্ৰদীপ সূত্ৰধৰ নামৰ আন এজন যুৱকে ৷ ইয়াৰ পিছতেই সংকটজনক অৱস্থাত নিশাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয় ভৱেন দাসক ৷

আনহাতে,ইতিমধ্যে অভিযুক্ত প্ৰদীপ সূত্ৰধৰক আটক কৰিবলৈ সক্ষম হৈছে মুছলপুৰ আৰক্ষীয়ে ৷ অভিযুক্ত প্ৰদীপ সূত্ৰধৰে আক্ৰমণৰ কথা স্বীকাৰ কৰিছে যদিও আক্ৰমণৰ প্ৰকৃত কাৰণ জানিব পৰা নাই বুলি ব্যক্ত কৰে আৰক্ষীয়ে ৷ ঘটনা সন্দৰ্ভত সোধ পোছ অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক- নাৰায়ণপুৰৰ তিনিজনৰ দেহত কোভিড-১৯ পজিটিভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.