ETV Bharat / state

প্ৰদূষিত হৈছে মৰাপাগলদিয়াৰ পানী

নৈৰ পানীৰ অপব্যৱহাৰৰ ফলত অনুপযোগী হৈ পৰিছে নৈখনৰ পানী

ক্ৰমাৎ দূষিত হ'ব ধৰিছে মৰাপাগলদিয়া নৈৰ পানী
author img

By

Published : Mar 26, 2019, 1:03 AM IST

বাক্সা, 25 মাৰ্চঃ বাক্সা জিলাৰ মাজেৰে বৈ যোৱা মৰাপাগলদিয়া নৈত বাৰিষা হ'লেই চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ পৰা অহা পানীৰে ফেনেফুটুকাৰে বাঢ়ি অহাৰ লগতে লৈ আহে শিল-বালি ৷ খৰালি হ'লে নৈখনৰ সোঁত কমি যায় যদিও শুকাই নাযায় পানী ৷ অতীতৰে পৰা এই নৈত কাপোৰ আৰু গা ধোৱাৰ লগতে খাদ্য সামগ্ৰী ধোৱা কাৰ্য্যত এই নদী ব্যৱহাৰ কৰি আহিছে নৈৰ দাতিকাষৰীয়া অঞ্চলত থকা ৰাইজে ৷

ক্ৰমাৎ দূষিত হ'ব ধৰিছে মৰাপাগলদিয়া নৈৰ পানী

কিন্তু বৰ্তমান সময়ত দূষিত হ'ব ধৰিছে এই নৈ খনৰ পানী ৷ বৰমাত থকা সাপ্তাহিক বজাৰ, বৰিমাখা বজাৰ আদিয়ে নদীখনত মুকলিকৈ বিক্ৰী কৰা মাছ-মাংসৰ পেটু, বজাৰৰ আৱৰ্জনাবোৰ নদীত পেলোৱাৰ ফলত নৈৰ পানী ব্যৱহাৰৰ বাবে অনুপযোগী হৈ পৰিছে ৷

চৰকাৰে স্বচ্ছতাৰ সন্দৰ্ভত সততেঢাক-ঢোল বজাই আহিছে যদিও জনসাধাৰণ এই সময়ত কিমান সতৰ্ক হৈছে সেয়া এক গুৰুত্বপূৰ্ণ প্ৰশ্ন ৷

Intro:বৰমাত থকা মৰা পাগলদিয়া নদীৰ ওপৰত বিশেষঃ Body:বৰমা, ২৫ মাৰ্চঃ বাক্সা জিলা অন্তৰ্গত বৰমা ৰাজহ চক্ৰৰ মাজেৰে বৈ গৈছে মৰাপাগলদিয়া নৈ ৷ বাৰিষা হলে চুবুৰীয়া ৰাষ্টা ভূটানৰ পৰা ফেনেফুটুকাৰে ৱৈ আহে লগত লৈ আহে শিল- বালি ৷ সৰালি হলে নৈ খনৰ খৰস্ৰোতাৰ পৰিমাণ কমি যায় যদিও পানী একেবাৰে শুকাই নাজায় ৷ নৈৰ দাতিকাষৰীয়া ৰাইজে অতিজৰে পৰা এই নৈত কাপোৰ ধোৱা, গা ধোৱা, খাদ্য সামগ্ৰী ধোৱা কাৰ্য্যত ব্যৱহাৰ কৰি আহিছে ৷ জনসংখ্যাৰ বৃদ্ধিয়েই হৱক নতুবা অধুনীকতাৰ পোহৰেই হওক বৰ্তমান সময়ত নৈ খনৰ পানী ক্ৰমান্বয়ে দুষিত হব ধৰিছে ৷ বিশেষকৈ বৰমাত থকা সাপ্তাহিক বজাৰ, বৰিমাখা বজাৰ আদিয়ে নদীটোত মুকলিকৈ বিক্ৰী কৰা মাছ, মাংসৰ পেটু, বজাৰৰ আৰ্জনাবোৰ পোনে পোনে নদীত পেলাই দিয়ে যাৰ ফলত নৈৰ পানী ব্যৱহাৰৰ অনুপযোগী হৈ আহিছে ৷ চৰকাৰে ছস্বতাৰ প্ৰতি সততে ঢাকঢোল বজাই আহিছে যদিও জনসাধাৰণ এই দিশত কিমান সচেতন হৈছে সেয়া কৌটিটকীয়া প্ৰশ্ন হৈ উঠিছে ৷
বৰমাৰ পৰা দিলীপ বড়ো ৷
BYTE: স্থানীয় ৰাইজ ৷Conclusion:স্বচ্ছতাৰ ওপৰত বৰমাৰ ৰাইজে গুৰুত্ব আৰোপ কৰা দেখা গৈছে ৷
BYTE:কেইজনমান স্থানীয় ৰাইজৰ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.