বাক্সা,4 ডিচেম্বৰ : বাক্সা জিলাৰ একাংশ শিক্ষিত সমাজে সমালোচনা কৰিছে মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ৷ বিটিচি নিৰ্বাচনত বিজেপি প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যাঁওতে নিৰ্বাচনী মঞ্চত দেখুওৱা কিছু ভংগীত অতিষ্ঠ হৈছে বাক্সাৰ সচেতন মহল ৷
মন্ত্ৰীগৰাকীয়ে বিশেষভাৱে দেহৰ অংগী-ভংগী দেখুৱাই ভাষণ প্ৰদান কৰা লক্ষ্য কৰিছে একাংশ লোকে ৷ তেওঁৰ এই অংগী-ভংগীৰে দিয়া বক্তব্যক তীব্ৰ সমালোচনা কৰিছে জিলাখনৰ একাংশ সচেতন মহলে ৷
লগতে পঢ়ক : নগাঁৱত চুৰ কৰিবলৈ লৈ চোৰৰ লটিঘটি