ETV Bharat / state

Attacks on journalists: লক ডাউনৰ মাজত ইটিভি ভাৰত অসমৰ সংবাদকৰ্মীক আক্ৰমণ - বি এছ এফ জোৱান

বাক্সা জিলাৰ বৰমাৰ পৰা ইটিভি ভাৰতৰ হৈ সংবাদ প্ৰেৰণ কৰা সংবাদদাতা দিলীপ বড়োক বি এছ এফ জোৱানৰ আক্ৰমণ । বি এছ এফ জোৱানে সাধাৰণ নাগৰিকক হাৰাশাস্তি কৰা ভিডিঅ' সংগ্ৰহ কৰাৰ সময়তে আক্ৰমণ চলোৱা হয় ।

লক ডাউনৰ মাজত "ইটিভি ভাৰত অসম"ৰ সংবাদকৰ্মীক আক্ৰমণ
লক ডাউনৰ মাজত "ইটিভি ভাৰত অসম"ৰ সংবাদকৰ্মীক আক্ৰমণলক ডাউনৰ মাজত "ইটিভি ভাৰত অসম"ৰ সংবাদকৰ্মীক আক্ৰমণ
author img

By

Published : Apr 25, 2020, 1:55 PM IST

Updated : Oct 26, 2022, 8:11 AM IST

বাক্সা, ২৫ এপ্ৰিল: দেশত চলি থকা লক ডাউনৰ মাজতেই কৰ্তব্যৰত সংবাদকৰ্মীক আক্ৰমণ বি এছ এফ জোৱানৰ । বাক্সা জিলাৰ বৰমাৰ পৰা ইটিভি ভাৰত অসমৰ হৈ সংবাদ প্ৰেৰণ কৰা সংবাদদাতা দিলীপ বড়োক শনিবাৰে পুৱা ভাগত আক্ৰমণ চলায় এজন বি এছ এফ জোৱানে

জানিব পৰা মতে,শনিবাৰে পুৱা ১০.৩০ বজাত বৰমা পূৱ চকত এজন ব্যক্তিক বি এছ এফৰ জোৱানে উঠা বহা কৰাই আছিল। সেই দৃশ্য দেখা পায়ে সংবাদকৰ্মী জনে সেই কাৰ্যৰ ভিডিঅ' ল'বলৈ আগবাঢ়ি আহিতেই হঠাৎ পিছফালৰ পৰা আহি এজন বি এছ এফৰ জোৱানে আক্ৰমণ চলায় । লগতে সংবাদদাতাৰ ম'বাইলত আবদ্ধ হোৱা সকলো ফটোও বি এছ এফৰ জোৱানজনে ডিলিট কৰি দিয়ে ৷

কৰ্তব্যৰত সাংবাদিকক বি এছ এফৰ জোৱানে এনেকৈ আক্ৰমণ কৰা ঘটনাই এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে বিভিন্ন মহলত । লগতে এই কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিছে বিভিন্ন দল সংগঠনে ।

লগতে চাওকঃ মনোমোহা শিল্পই প্ৰাণ দিছে নিৰ্জীৱ শিলক

Last Updated : Oct 26, 2022, 8:11 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.