ETV Bharat / state

মাহৰ এটা দিনহে খোলা থকা বাক্সাৰ এটা স্বাস্থ্যকেন্দ্ৰ

author img

By

Published : May 21, 2019, 10:19 PM IST

জানিব পৰামতে মাহৰ কেৱল বুধবাৰে খোলে এই উপ-স্বাস্থ্যকেন্দ্ৰটো ৷ ফলত চিকিৎসাৰ বাবে বিশেষ দিনটোলৈ ৰ'বলগীয়া হয় অঞ্চলবাসী ৷

কেৱল সপ্তাহৰ বুধবাৰে খোলা বাক্সাৰ উপ-স্বাস্থ্য কেন্দ্ৰটো!

বাক্সা, 21 মেঃ সপ্তাহৰ সাতদিনৰ 24 ঘণ্টাৰ বাবে নহয়, মাহৰ এটা দিনৰ কিছু সময়ৰ বাবেহে খোলা থকা এটা স্বাস্থ্য কেন্দ্ৰ ৷ বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত কাউৰবাহা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনস্থ পূব দ্বাৰকুছী উপস্বাস্থ্য কেন্দ্ৰটোত মাহৰ এদিন কাম কৰি দায়িত্ব সামৰে দায়িত্বত থকা আশাকৰ্মীসকলে ৷

Intro:বাক্সাত আছে প্ৰতিটো মাহৰ বুধবাৰে খোলা এখন উপ-স্বাস্থ্য কেন্দ্ৰ ।

Body:দেশৰ কেন্দ্ৰীয় চৰকাৰ খনে ৰাজ্যৰ গ্ৰামাঞ্চল সমূহক গ্ৰাম্য চিকিৎসাৰ ওপৰত আভিলাসী আচনিৰ দৰে গুৰুত্ব প্ৰদান কৰাৰ সিদ্ধান্ত লোৱাৰ সময় সমাগত । তেনেতে কিন্তু বাক্সা জিলাখনত প্ৰায় শতাধিক উপ স্বাস্থ্য কেন্দ্ৰ আশা কৰ্মীৰ ভৰশাতে চলি আছে । এইয়া আমি কোৱা নাই এই অভিযোগ উত্থাপিত হৈছে বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত কাউৰবাহা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনস্থ পুৱ দ্বাৰকুছী উপ স্বাস্থ্য কেন্দ্ৰটোত । স্থানীয় লোকে জানিব দিয়া মতে এই উপ স্বাস্থ্য কেন্দ্ৰটোৰ তলাটো মাত্ৰ এদিনহে খোল খাই তাকো বুধবাৰৰ দিনটোত হে । আশাকৰ্মী গৰাকীয়ে এই এদিনতে হেনো শিশুক পলিঅ খোৱাৰ পৰা আদি কৰি সকলো কামে সমাপন কৰে ।

Conclusion:উল্লেখ্য যে এই পুৱ দ্বাৰকুছী বাসী লোকসকলক বৰলীয়া নৈপৰীয়া বাসিন্দা । যদি এই অঞ্চলৰ লোকৰ সকলৰ বাবে উপ স্বাস্থ্য কেন্দ্ৰটোত চিকিৎসাৰ উপযোগী কৰি তুলিলে হেতেন তেতিয়া হলে নিশ্চিত ভাৱে ইয়াৰ দুখীয়া অধিকাংশ লোকে উপকৃত হলেহেতেন ।

ভাষ্য :

বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.