ETV Bharat / state

বিশ্ব পৰিবেশ দিৱসত বৃক্ষ ৰোপণ কাৰ্যসূচী - জি আৰ গোৰ্খা ৰেজিমেন্ট

বুধবাৰে পুৱা ৯ বজাৰ পৰা কেম্পটোৰ চৌহদৰ পিছফালে "হাৰবেল গাৰ্ডেন" নামেৰে এখন বাগান প্ৰতিষ্ঠা কৰে

বিশ্ব পৰিবেশ দিৱস উপলক্ষে পঞ্চম জি আৰ গোৰ্খা ৰেজিমেন্টৰ বৃক্ষ ৰোপণ কাৰ্যসূচী
author img

By

Published : Jun 5, 2019, 2:59 PM IST

Updated : Jun 5, 2019, 3:10 PM IST

বাক্সা,5 জুনঃ জীৱ জগতৰ একমাত্ৰ বসতিস্থল পৃথিৱীৰ পৰিবেশ বিশুদ্ধ কৰি ৰখাৰ বাবে মানুহক সজাগ কৰি তুলিবলৈ ১৯৭৩চনৰ ৫জুন তাৰিখৰ পৰা আজিৰ দিনটোতে বিশ্ব পৰিবেশ দিৱস হিচাবে পালন কৰি অহা হৈছে।

সমগ্ৰ ৰাজ্যৰ সমান্তৰালকৈ বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত কুমাৰীকাটাস্থিত পঞ্চম জি আৰ গোৰ্খা ৰেজিমেন্টৰ উদ্যোগতো বৃক্ষ ৰোপণ কাৰ্যসূচীৰে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয় । বুধবাৰে পুৱা ৯ বজাৰ পৰা কেম্পটোৰ চৌহদৰ পিছফালে "হাৰবেল গাৰ্ডেন" নামেৰে এখন বাগান প্ৰতিষ্ঠা কৰে ।

বিশ্ব পৰিবেশ দিৱস উপলক্ষে পঞ্চম জি আৰ গোৰ্খা ৰেজিমেন্টৰ বৃক্ষ ৰোপণ কাৰ্যসূচী

বৃক্ষ ৰোপণ কাৰ্যসূচী শুভাৰম্ভ কৰে পঞ্চম জি আৰ ৰেজিমেন্টৰ লেফন্টেন ৰাকেশ গিৰিয়ে আৰু সহযোগ কৰে চুবেদাৰ টেকাৰাম থাপা ৷ এই কাৰ্যসূচীত কেম্পটোৰ সৈনিকসকলো উপস্থিত থাকে ।

Intro:বিশ্ব পৰিবেশ দিৱস উপলক্ষে পঞ্চম জি আৰ গোৰ্খা ৰেজিমেন্টৰ বৃক্ষ ৰোপণ কাৰ্য্যসূচী ।

Body:বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত কুমাৰীকাটাস্থিত পঞ্চম জি আৰ গোৰ্খা ৰেজিমেন্টৰ উদ্যোগত বৃক্ষ ৰোপণ কাৰ্য্যসূচীৰে বিশ্ব পৰিবেশ দিৱস পালন। বৃহস্পতিবাৰে পুৱা ৯ বজাৰ পৰা কেম্পটোৰ চৌহদৰ পিছফালে Harbol Garden নামেৰে এখন বাগান প্ৰতিস্থা কৰে ।

Conclusion:আজিৰ বৃক্ষ ৰোপণ কাৰ্য্যসূচীত শুভাৰম্ভ কৰে পঞ্চম জি আৰ ৰেজিমেন্টৰ লেফন্টেন ৰাকেশ গিৰিয়ে আৰু সহযোগ কৰে চুবেদাৰ টেকাৰাম থাপা লগতে কেম্পটোৰ সৈনিক সকলে উপস্থিত থাকে ।

ভাষ্য :

বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম ।
Last Updated : Jun 5, 2019, 3:10 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.