ETV Bharat / state

মুছলপুৰত শিক্ষাৰ্থীৰ বাবে বিনামূলীয়া আধাৰ কাৰ্ড কেন্দ্ৰ মুকলি - উপায়ুক্ত

বাক্সাত বৰ্তমান স্থাপন কৰা হৈছে ১২ টা আধাৰ কাৰ্ড বনোৱা মেচিন ৷

adhar card center open in Baksa
মুছলপুৰত শিক্ষাৰ্থীৰ বাবে বিনামূলীয়া আধাৰ কাৰ্ড বনোৱা কাৰ্যালয় মুকলি
author img

By

Published : Nov 9, 2020, 3:43 PM IST

বৰমা, ৯ নবেম্বৰ: বাক্সা জিলাৰ মুছলপুৰত শিক্ষা বিভাগৰ কাৰ্যালয়ত সোমবাৰে উপায়ুক্ত ৰঞ্জন শৰ্মাই ছাত্ৰ ছাত্ৰীৰ বাবে বিনামুলীয়া আধাৰ কাৰ্ড বনোৱা কাৰ্যালয় মুকলি কৰে ৷ উপায়ুক্ত ৰঞ্জন শৰ্মাই জিলাখনত ১২ টা আধাৰ কাৰ্ড বনোৱা মেচিন স্থাপন কৰাৰ কথা উল্লেখ কৰে ৷ তেওঁ চৰকাৰী বেচৰকাৰী বিদ্যালয়ত প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে প্ৰায় ডেৰ লাখৰো অধিক ছাত্ৰ ছাত্ৰী থকাৰ কথা জানিবলৈ দিয়ে ৷

মুছলপুৰত শিক্ষাৰ্থীৰ বাবে বিনামূলীয়া আধাৰ কাৰ্ড বনোৱা কাৰ্যালয় মুকলি

লগতে পঢ়ক: ৰাইজৰ দলত যোগদান LDP দলৰ ডেৰশতাধিক সদস্যৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.