ETV Bharat / state

বাক্সাৰ এগৰাকী ব্যতিক্ৰমী লোক ! 13 বছৰে বাস কৰিছে গছৰ ফেৰেঙনিত - বাক্সা

13 বছৰে এজোপা গছৰ ফেৰেঙনিত বাস কৰি আছে বাক্সাৰ এগৰাকী ব্যতিক্ৰমী লোকে ৷ যাপন কৰিছে সম্পূৰ্ণভাৱে এটি নিৰ্ভেজাল প্ৰাকৃতিক জীৱন ৷

13 বছৰে বাস কৰিছে এজোপা গছৰ ফেৰেঙনিত
13 বছৰে বাস কৰিছে এজোপা গছৰ ফেৰেঙনিত
author img

By

Published : Jan 24, 2020, 10:11 PM IST

বাক্সা,24 জানুৱাৰীঃ বাক্সাৰ এগৰাকী ব্যতিক্ৰমী লোক ৷ 13 বছৰে লোকগৰাকীয়ে বাস কৰিছে এডাল গছৰ ওপৰত ৷ মানুহজনৰ নাম বিজয় ব্ৰহ্ম ৷ সৰুতে ঘাটমাউৰা হোৱা লোকগৰাকীয়ে আনৰ ঘৰত কাম কৰি জীৱন নিৰ্বাহ কৰিছিল যদিও 13 বছৰ আগতে তেওঁ বাচি লয় এই জীৱন ৷ পাগলাদিয়া নদীৰ পাৰৰ খৈৰানীৰ পথাৰৰ মাজৰ হাবিৰ এজোপা গছৰ ফেৰেঙনিত ৰছীৰে তক্তা আৰু বাঁহ বান্ধি লৈ ১৩ বছৰ ধৰি বাস কৰি আছে এনেদৰে ৷ তেওঁ বনৰীয়া আলু,কচু, শাককে ধৰি মাছ,শামুক, কেকোৰা চিকাৰ কৰি যি পায় তাকে খায় ৷ বাস কৰা গছডালৰ তলতে বনৰীয়া আলু,কচু খেতি কৰাৰ লগতে মৌ পালন কৰিছে লোকগৰাকীয়ে ৷

বাক্সাৰ এগৰাকী ব্যতিক্ৰমী লোক

লগতে পঢ়ক ঃ মহানগৰীৰ ৰাজপথত একেলগে 700 খন মাৰ্চিডিজ

Intro:Body:বাক্সাত এজন বনমানৱ।
১৩ বছৰে গছত বাস কৰা
অসমৰ এজন বনমানব কাহিনী।
বৰমা,
-এইখন অসমৰ এজন বন্যমানব।১৩ বছৰে বাস কৰিছে গছৰ ওপৰত।মানুহজনৰ নাম বিজয় ব্ৰহ্ম।সৰুতে ঘাটমাউৰা হোৱা বিজয়ে আনৰ ঘৰত কাম বন কৰিছিল যদিও তেৰ বছৰ আগতে বাচি লয় বন্য জীৱন। বাক্সা জিলাৰ চৌকি বনাঞ্চললৰ ভিতৰতভিতৰত কেইবা বছৰ থকাৰ পাচত ওলায় আহে আৰু পাগলাদিয়া নদীৰ পাৰৰ খৈৰানীৰ পথাৰৰ মাজৰ হাবিয়ননীৰ এজোপা গছৰ ফেৰেঙনিত ৰছীৰে তক্তা আৰু বাঁহ বান্ধি লৈ তাতে ১৩ বছৰ বাস কৰি আছে।বনৰীয়া আলু, কচু, শাক, মাছ, শামুক, কেকোৰা যি পায় তাকে খায়। এইগৰাকী বিজয় ব্ৰহ্মই নিজে বাস কৰা তলত বনৰীয়া আলু,কচু খেতি কৰাৰ লগতে তেওঁ বাস কৰা গছতে মৌ পালন কৰিছে। এইগৰাকী বনমানবে মাছ,কেকোৰা,সামুক,চৰাই আদি চিকাৰ কৰে।এইদৰে গছৰ ওপৰত এনেদৰে এক ব্যতিক্ৰমী জীৱন পাৰ কৰিছে বিজয়ে। তাক লৈ নাই কোনো আক্ষেপ বিজয়ৰ।
বাইট---- বিজয় ব্ৰহ্ম
বৰমাৰ পৰা দিলীপ বড়ো ৷ Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.