ETV Bharat / state

সামৰণি পৰিল শংকৰদেৱ সংঘৰ বাক্সা জিলাৰ নৱম বাৰ্ষিক অধিৱেশন - Baksa district Sankar sangha

শংকৰদেৱ সংঘৰ উপদেষ্টা গিৰিশ চন্দ্ৰ বৰ্মনে উদ্বোধন কৰা সভাত শ্ৰীমন্তশংকৰদেৱ সংঘৰ উপদেষ্টা ভৱেন্দ্ৰ নাথ ডেকা, গ্ৰন্থ চাহেব যশবীৰ সিংহ প্ৰমুখ্যে কেবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহন কৰি মহাপুৰুষ শংকৰদেৱৰ জীৱন আৰু কৰ্মৰাজিৰ ওপৰত আলোকপাত কৰে ৷

9th annual meet of Baksa district Sankar sangha
সামৰণি পৰিল শংকৰদেৱ সংঘৰ বাক্সা জিলাৰ নৱম বাৰ্ষিক অধিৱেশন
author img

By

Published : Jan 25, 2020, 5:20 PM IST

খাগ্ৰাবাৰী,25 জানুৱাৰীঃ বৰ্ণাঢ্য কাৰ্যসূচীৰে সামৰণি পৰিল শংকৰদেৱ সংঘৰ বাক্সা জিলাৰ নৱম বাৰ্ষিক অধিৱেশন ৷ সহস্ৰাধিক ভকত বৈষ্ণৱৰ হৰি নামৰ ধ্বনিৰে মুখৰিত হৈ পৰে খাগ্ৰাবাৰীৰ সুনন্দ মেধি সমন্বয় ক্ষেত্ৰ ৷ শনিবাৰে পুৱা বাক্সা জিলা শাখাৰ সভাপতি বাসৱ চন্দ্ৰ ঠাকুৰীয়াই সংঘৰ পতাকা উত্তোলন কৰাৰ পিচতে উলিওৱা হয় বৰ্ণাঢ্য ভাগৱত শোভাযাত্ৰা ৷ বিভিন্ন জাতি জনগোষ্ঠীয়ে লোকে উক্ত শোভাযাত্ৰখনত অংশগ্ৰহণ কৰে ৷

শংকৰদেৱ সংঘৰ বাক্সা জিলাৰ নৱম বাৰ্ষিক অধিৱেশন

পৰৱৰ্তী সময়ত বাসৱ চন্দ্ৰ ঠাকুৰীয়াৰ সভাপতিত্বত অনুষ্ঠিত কৰা হয় মুকলি সভা ৷ সংঘৰ উপদেষ্টা গিৰিশ চন্দ্ৰ বৰ্মনে উদ্বোধন কৰা সভাত শ্ৰীমন্তশংকৰদেৱ সংঘৰ উপদেষ্টা ভৱেন্দ্ৰ নাথ ডেকা, গ্ৰন্থ চাহেব যশবীৰ সিংহ প্ৰমুখ্যে কেবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহন কৰি মহাপুৰুষ শংকৰদেৱৰ জীৱন আৰু কৰ্মৰাজিৰ ওপৰত আলোকপাত কৰে ৷

লগতে পঢ়ক-71 সংখ্যক গণতন্ত্ৰ দিৱসৰ বাবে সাজু ৰাজ্য

Intro:Body:হৰি নামৰ ধ্বনিৰে মুখৰিত বাক্সাৰ খাগ্ৰাবাৰী
বৰ্ণাঢ্য কাৰ্যসুচীৰে সামৰণি পৰিল শংকৰদেৱ সংঘৰ বাক্সা জিলাৰ নৱম বাৰ্ষিক অধিৱেশণ
বৰমা,
বাক্সা জিলাৰ খাগ্ৰাবাৰীত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসুচীৰে অনুষ্ঠিত হোৱা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাক্সা জিলা শাখাৰ নৱম বাৰ্ষিক অধিৱেশণৰ আজি সামৰণি পৰে ৷ পুৱা বাক্সা জিলা শাখাৰ সভাপতি বাসৱ চন্দ্ৰ ঠাকুৰীয়াই সংঘৰ পতাকা উত্তোলন কৰাৰ পিচতে উলিওৱা হয় বৰ্ণাঢ্য ভাগৱত শোভাযাত্ৰা ৷ বিভিন্ন জাতি জনগোষ্ঠীয়ে অংশগ্ৰহন কৰা এই শোভাযাত্ৰা প্ৰায় তিনি কিলোমিটাৰ অঞ্চল পৰিভ্ৰমন কৰি ৰাইজৰ দৃষ্টি আকৰ্ষন কৰিবলৈ সক্ষম হয় ৷ সহস্ৰাধিক ভকত বৈষ্ণৱৰ হৰি নামৰ ধ্বনিৰে মুখৰিত হৈ পৰে খাগ্ৰাবাৰীৰ সুনন্দ মেধি সমন্বয় ক্ষেত্ৰ ৷ ইয়াৰ পিচতে বাসৱ চন্দ্ৰ ঠাকুৰীয়াৰ সভাপতিত্বত অনুষ্ঠিত হয় মুকলি সভা ৷ সংঘৰ উপদেষ্টা গিৰীশ চন্দ্ৰ বৰ্মনে উদ্বোধন কৰা সভাত শ্ৰীমন্তশংকৰদেৱ সংঘৰ উপদেষ্টা ভৱেন্দ্ৰ নাথ ডেকা, গ্ৰন্থ চাহেব যশবীৰ সিংহ প্ৰমুখ্যে কেবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহন কৰি মহাপুৰুষ শংকৰদেৱৰ জীৱন আৰু কৰ্মৰাজিৰ ওপৰত আলোকপাত কৰে ৷
বৰমাৰ পৰা দিলীপ বড়ো ৷ Conclusion:

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.