ETV Bharat / state

বাক্সাৰ ৰাজ্যিক চিকিৎসালয়ৰ চাৰিজন কৰ্মচাৰী কৰ'ণা ভাইৰাছত আক্ৰান্ত

author img

By

Published : Sep 9, 2020, 10:50 PM IST

বাক্সাৰ কুমাৰীকাটা ৰাজ্যিক চিকিৎসালয়ৰ চাৰিজন কৰ্মচাৰী কৰ'ণা ভাইৰাছত আক্ৰান্ত হয় ৷ চিকিৎসাৰ বাবে নাগ্ৰীজুলি মডেল চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় লোক কেইজনক ৷

4 Medical Worker Corona Positive In Baksa Kumarikata State Dispensary
বাক্সাৰ ৰাজ্যিক চিকিৎসালয়ৰ চাৰিজন কৰ্মচাৰী কৰ'ণা ভাইৰাছত আক্ৰান্ত

বাক্সা, 9 ছেপ্তেম্বৰ : বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত কুমাৰীকাটা ৰাজ্যিক চিকিৎসালয়ৰ চাৰিজন কৰ্মচাৰী কৰ'ণা ভাইৰাছত আক্ৰান্ত হয় ৷ আক্ৰান্ত কৰ্মচাৰী কেইজন ক্ৰমে, অভয়পুৰ গাঁৱৰ কৃষ্ণ বৰ্মন, লতিবাৰী গাঁৱৰ গোপাল দৈমাৰী, কালাঝাৰৰ বিকাশ মজুমদাৰ আৰু ভাংবাৰীৰ ডিক বাহাদুৰ ছেত্ৰী বুলি জানিব পৰা গৈছে । পৰৱৰ্তী সময়ত লোক কেইজনক চিকিৎসাৰ বাবে নাগ্ৰীজুলি মডেল চিকিৎসালত ভৰ্তি কৰোৱা হয় ৷ ইফালে, কৰ্মচাৰী কেইজন ক'ভিড পজিটিভ হোৱাৰ বাবে বুধবাৰৰ পৰা চাৰিদিন চিকিৎসালয়ৰ OPD বন্ধ থাকিব ৷ কেৱল জৰুৰীকালীন সেৱাসমূহ খোলা থাকিব বুলি চিকিৎসালয়ৰ এবিপিএম ডাঃ প্ৰনৱ দাসে জানিব দিয়ে ।

লগতে পঢ়ক : প্ৰকৃত নিয়ন্ত্ৰণৰেখাত চীনা সৈন্যৰ কুচকাৱাজ, ৰিজাং লাত চীনা সৈন্যৰ ঘাটি স্থাপনৰ চেষ্টা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.