ETV Bharat / state

বাক্সাত অসম সাহিত্য সভাৰ ১০৪ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন - অসম সাহিত্য সভা

১০৪ খন পতাকা উত্তোলনেৰে বাক্সাত পালন কৰা হ'ল অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস ৷ মুখ্য পতাকাখন উত্তোলন কৰে বাক্সা জিলা সাহিত্য সভাৰ উপ সভাপতি যামিনী দাস তালুকদাৰে ৷

foundation-day-celebrations-of-assam-saatya-sabha-in-baksa
বাক্সাত অসম সাহিত্য সভাৰ ১০৪ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন
author img

By

Published : Dec 27, 2020, 12:31 PM IST

বাক্সা, ২৭ ডিচেম্বৰ : বাক্সা জিলা সাহিত্য সভাৰ উদ্যোগত আৰু জালাহ শাখা সাহিত্য সভাৰ সহযোগত বাক্সাৰ বি.বি কিষাণ মহাবিদ্যালয়ত অসম সাহিত্য সভাৰ ১০৪ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। এই উপলক্ষে পুৱা ১০৪ খন পতাকা উত্তোলনেৰে অনুষ্ঠিত অনুষ্ঠানৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় ।

অসম সাহিত্য সভাৰ ১০৪ সংখ্যক প্ৰতিষ্ঠা দিৱস

প্ৰথমে মুখ্য পতাকাখন উত্তোলন কৰে বাক্সা জিলা সাহিত্য সভাৰ উপ সভাপতি যামিনী দাস তালুকদাৰে । পতাকা উত্তোলনৰ পিছতে অসমীয়া ভাষা সংস্কৃতিৰ হকে প্ৰাণ আহুতি দিয়া শ্বহীদ সকলৰ স্মৃতিত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় । উল্লেখ্য যে, কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মা ৷

লগতে পঢ়ক:কাটাৰত দ্বি-পাক্ষিক বৈঠকত মিলিত হ’ব বৈদেশিক মন্ত্ৰী এছ জয়শংকৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.