ETV Bharat / state

ছহিদ মনেশ্বৰ বসুমতাৰীৰ পৰিয়াললৈ গোৱালপাৰা জিলা আৰক্ষী অধীক্ষৰ আৰ্থিক অনুদান - PULWAMA

পুলৱামাৰ সন্ত্ৰাসবাদীৰ আত্মঘাতী বোমা বিস্ফোৰণত নিহত হৈছিল মনেশ্বৰ বসুমতাৰী

ছহিদ মনেশ্বৰ বসুমতাৰীৰ পৰিয়াল লৈ গোৱালপাৰা জিলা আৰক্ষী অধীক্ষৰ আৰ্থিক অনুদান
author img

By

Published : Feb 17, 2019, 5:32 PM IST

গোৱালপাৰা, ১৭ ফেব্ৰুৱাৰীঃ বৃহস্পতিবাৰে জম্মু কাশ্মীৰৰ পুলৱামাত সন্ত্ৰাসবাদীৰ আত্মঘাতী বোমা বিস্ফোৰণত নিহত হোৱা অসমৰ ছহিদ মনেশ্বৰ বসুমতাৰীৰ পৰিয়াললৈ গোৱালপাৰা জিলা আৰক্ষী অধীক্ষকে প্ৰদান কৰে ৫০ হাজাৰ নগদ আৰ্থিক অনুদান ।

ছহিদ মনেশ্বৰ বসুমতাৰীৰ পৰিয়াল লৈ গোৱালপাৰা জিলা আৰক্ষী অধীক্ষৰ আৰ্থিক অনুদান
undefined

উল্লেখ্য় যে, ৪৯ জনকৈ চি আৰ পি এফৰ জোৱানে এই ভয়ংকৰ আক্ৰমণত প্ৰাণ হেৰুৱাবলগীয়া হৈছিল । ইয়াৰ মাজতেই এজন আছিল বাক্সাৰ তামুলপুৰ কলবাৰী গাঁৱৰ ৯৪ নং বিটেলিয়ানৰ চি আৰ পি এফৰ জোৱান মনেশ্বৰ বসুমতাৰী ।

Intro:শ্বহীদ মনেশ্বৰ বসুমতাৰীৰ পৰিয়াল লৈ গোৱালপাৰা জিলা আৰক্ষী অধীক্ষৰ আৰ্থিক অনুদান ‌।

Body:যোৱা বৃহস্পতি বাৰে কাশ্মীৰৰ পলোৱামাত পাকিস্তানী সন্ত্ৰাসবাদীৰ আক্রমণত দেশৰ নিৰাপত্তাৰক্ষী চি আৰ পি এফৰ জোৱান ৪২ গৰাকীকৈ দেশৰ হোকে প্ৰাণ আহতী দি শ্বহীদ হৈছিল । তাৰে ভিতৰত অসমৰ একমাত্ৰ সন্তান গৰাকী বাক্সাৰ তামুলপুৰ কলবাৰী গাঁৱৰ মনেশ্বৰ বসুমতাৰী ৯৪ নং বিটেলিয়ানৰ চি আৰ পি এফৰ জোৱান জন নিহত হৈছিল আৰু যোৱাকালি বিভিন্ন মন্ত্ৰী বিধায়ক,দল সংগঠন সমূহৰ উপস্থিত শ্বহীদ গৰাকীৰ নশ্বৰ দেহ পঞ্চভূত বিলীন হৈ গৈছিল । আজিও বিভিন্ন ৰাজনৈতিক নেতা, দল সংগঠনৰ আগমন অব্যাহত আছে ।

Conclusion:উল্লেখ্য যে আজি দিনৰ ভাগত গোৱালপাৰা জিলা আৰক্ষী অধীক্ষৰ তৰফৰ পৰা এটা সজাতি দল উপস্থিত হৈ শ্বহীদ পৰিয়াল লৈ ৫০ হাজাৰ টকাৰ আৰ্থিক অনুদান আগবঢ়াই ।

ভাষ্য :

বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.