ETV Bharat / state

বাক্সাৰ তামুলপুৰত CCTOA ৰ ১২ ঘন্টীয়া অনশন ধৰ্মঘট কাৰ্যসূচী

ছয় জনজাতিক জনজাতিকৰণ নকৰাৰ দাবীত প্ৰতিবাদ

অনশন কাৰ্য্যসূচী
author img

By

Published : Feb 12, 2019, 12:45 PM IST

বাক্সা, ১২ ফেব্ৰুৱাৰী: বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত ঘগ্ৰাচকত মঙলবাৰে পুৱা জনজাতি সংগঠন সমূহৰ সমন্বয়ৰক্ষী সমিতীয়ে (CCTOA) অনশন কাৰ্যসূচী ৰূপায়ন কৰে । ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা দিবলৈ ওলোৱা কাৰ্যক বিৰোধিতা কৰি CCTOA'এ ৰূপায়ন কৰে এই অনশন কাৰ্যসূচী ।

অনশন কাৰ্য্যসূচী
undefined

অসমত ভূমিপুত্ৰ জনজাতি লোক সকলক কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে বলপূৰ্বক ভাৱে ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা দিবলৈ ওলোৱা কাৰ্যক বিভিন্ন সময়ত বিভিন্ন দলে বিৰোধিতা কৰি আহিছে । তথাপিও জনজাতি লোক সকলক অংগুষ্ঠ প্ৰদৰ্শন কৰি ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা দিবলৈ ওলাইছে কেন্দ্ৰীয় চৰকাৰে । সেয়ে CCTOA'এ আজি ইয়াৰ প্ৰতিবাদত পুৱা ৭ বজাৰ পৰা গধূলি ৭ বজালৈ ১২ঘন্টীয়া অনশন কাৰ্যসূচী ৰূপায়ন কৰে । উল্লেখ্য যে ইয়াতে ক্ষান্ত নাথাকি CCTOA ই অহাকালি ১২ ঘন্টীয়া অসম বন্ধৰ আহ্বান জনাইছে ।

আনহাতে জনজাতীয় নেতা গৰাকীয়ে জানিব দিয়া মতে কেৱল ৰাজনৈতিক লাভালাভৰ বাবেহে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ কৰিবলৈ আগবাঢ়ি আহিছে ।

Intro:বাক্সাৰ তামুলপুৰত CCTOA ৰ ১২ ঘন্টীয়া অনশন কাৰ্য্যসূচী ।

Body:অসমত ভূমিপুত্ৰ জনজাতি লোক সকলক কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে বলপূৰ্বক ভাৱে ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্য্যদা দিবলৈ ওলোৱা কাৰ্য্যক বিভিন্ন সময়ত বিৰোধীতা কৰি আহিছে । যদিও জনজাতি লোক সকলক আগুষ্ঠ্য প্ৰদৰ্শন কৰি ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্য্যদা দিবলৈ ওলাইছে কেন্দ্ৰীয় চৰকাৰে । তেনেতে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত CCTOA ই প্ৰতিবাদ সাব্যস্ত কৰিছে । আজি বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত ঘগ্ৰাচকত CCTOA ই ৰাতিপুৱা ৭ বজাৰ পৰা গধূলি ৭ বজালৈ ১২ঘন্টীয়া অনশন কাৰ্য্যসূচী ৰূপায়ন কৰে । উল্লেখ্য যে CCTOA ই অহাকালি ১২ ঘন্টীয়া অসম বন্ধৰ আহ্বান জনাইছে ।

Conclusion:আনহাতে জনজাতিয় নেতা গৰাকীয়ে জানিব দিয়া মতে ছয় জনগোষ্ঠীৰ উদ্দেশ্য কেৱল ৰাজনৈতিক লাভালাভৰ বাবেহে জনজাতি হবলৈ আগবাঢ়ি আহিছে । অন্য কোনো ধৰণৰ এই আচনীয়ে জনজাতি লোক সকলে লাভ নকৰে বুলি জানিবলৈ দিয়ে ।

ভাষ্য

বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.