", "inLanguage": "as", "publisher": { "@type": "Organization", "name": "ETV Bharat", "url": "https://www.etvbharat.com", "logo": { "@type": "ImageObject", "contentUrl": "https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3839464-353-3839464-1563124625177.jpg" } } }
", "articleSection": "sports", "articleBody": "ক্ৰিকেটৰ মক্কা নামে খ্যাত লৰ্ডছ ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল বিশ্বকাপৰ চূড়ান্ত মেচ ৷ শ্বাসৰুদ্ধকাৰী মেচখনত অৱশেষত জয়ী হয় ইংলেণ্ড ৷ ছুপাৰ অভাৰতো ড্ৰ’ কৰি পৰাজয়ৰ সন্মুখীন হয় নিউজিলেণ্ড ৷স্পৰ্টছ ডেস্ক, 14 জুলাইঃ আই চি চিৰ নিয়মক লৈ সৰ্বত্ৰে চৰ্চা ৷ বাউণ্ডেৰী নিয়মৰ অধীনত চেম্পিয়ন দল নিৰ্ণয় কৰা নিয়মক সমালোচনা বহু ক্ৰিকেট অনুৰাগীৰ ৷ আনহাতে এই নিয়ম সন্দৰ্ভত বহু খেলুৱৈ, বলিউডৰ তাৰকাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ Some rules in cricket definitely needs a serious look in.— Rohit Sharma (@ImRo45) July 15, 2019 প্ৰথমবাৰৰ আই চি চি আন্তঃৰাষ্ট্ৰীয় এদিনীয়া ক্ৰিকেটৰ বিশ্বকাপৰ খিতাপ লাভ কৰিবলৈ সক্ষম হয় ইংলেণ্ডে ৷ টছত জয়ী হৈ প্ৰথমে বেটিঙ কৰি নিউজিলেণ্ডে ইংলেণ্ডক জয়ৰ বাবে লক্ষ্য বান্ধি দিছিল 242 ৰান ৷ নিউজিলেণ্ডে নিৰ্ধাৰিত 50 অভাৰত 8 টা উইকেট হেৰুৱাই সংগ্ৰহ কৰিছিল 241 ৰান ৷ নিউজিলেণ্ডৰ হৈ হেনৰী নিকল্ছে সৰ্বাধিক 55 ৰান কৰাৰ বিপৰীতে টম লেথামে 47, কেন উলিমায়চনে 30, মাৰ্টিন গুপটিলে 19, জিমী নীছামে 19, ৰছ টেইলৰে 15 ৰানৰ বৰঙণি আগবঢ়ায় ৷ ইংলেণ্ডৰ হৈ ক্ৰীছ ৱক্ছে 9 অভাৰত 37 ৰান দি 3 টা আৰু লিয়াম প্লাংকিটে 10 অভাৰত 42 ৰান দি 3 টা উইকেট দখল কৰে ৷ আনহাতে জফ্ৰা আৰ্ছাৰ, মাৰ্ক ৱুডে 1 টা কৈ উইকেট লাভ কৰে ৷ Its the most fuckin bullshit and a biased rule .. is the super over , which is one fuckin over , more important than the actual 50 over match ... just asking @ICC @cricketworldcup— Anurag Kashyap (@anuragkashyap72) July 14, 2019 ইয়াৰ প্ৰত্যুত্তৰত ইংলেণ্ডেও বেন ষ্টকছৰ অপৰাজিত 84 ৰানৰ বিনিময়ত আটাইকেইটা উইকেট হেৰুৱাই 241 ৰান কৰিবলৈ সক্ষম হয় ৷ ইয়াৰ পাচত ছুপাৰ অভাৰত ইংলেণ্ডে প্ৰথমে বেটিং কৰি 15 ৰানৰ লক্ষ্য় বান্ধি দিয়ে নিউজিলেণ্ডক ৷ কিন্তু ছুপাৰ অভাৰতো মেচখন ড্ৰ’ হোৱাত মেচখনত অত্যাধিক বাউণ্ডেৰী কোৱাবাৰ বাবেই জয়ী নিৰ্ধাৰণ কৰা হয় ইংলেণ্ডক ৷", "url": "https://www.etvbharat.comassamese/assam/sports/top-news/2019-cricket-world-cup-champion-1-1/assam20190715235231876", "inLanguage": "as", "datePublished": "2019-07-15T23:52:36+05:30", "dateModified": "2019-07-15T23:52:36+05:30", "dateCreated": "2019-07-15T23:52:36+05:30", "thumbnailUrl": "https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3839464-353-3839464-1563124625177.jpg", "mainEntityOfPage": { "@type": "WebPage", "@id": "https://www.etvbharat.comassamese/assam/sports/top-news/2019-cricket-world-cup-champion-1-1/assam20190715235231876", "name": "বিশ্ব চেম্পিয়ন হ’ল ইংলেণ্ড, কিন্তু সমালোচনাৰ সন্মুখীন আই চি চি", "image": "https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3839464-353-3839464-1563124625177.jpg" }, "image": { "@type": "ImageObject", "url": "https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3839464-353-3839464-1563124625177.jpg", "width": 1200, "height": 900 }, "author": { "@type": "Organization", "name": "ETV Bharat", "url": "https://www.etvbharat.com/author/undefined" }, "publisher": { "@type": "Organization", "name": "ETV Bharat Assam", "url": "https://www.etvbharat.com", "logo": { "@type": "ImageObject", "url": "https://etvbharatimages.akamaized.net/etvbharat/static/assets/images/etvlogo/assamese.png", "width": 82, "height": 60 } } }

ETV Bharat / sports

বিশ্ব চেম্পিয়ন হ’ল ইংলেণ্ড, কিন্তু সমালোচনাৰ সন্মুখীন আই চি চি

author img

By

Published : Jul 15, 2019, 11:52 PM IST

ক্ৰিকেটৰ মক্কা নামে খ্যাত লৰ্ডছ ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল বিশ্বকাপৰ চূড়ান্ত মেচ ৷ শ্বাসৰুদ্ধকাৰী মেচখনত অৱশেষত জয়ী হয় ইংলেণ্ড ৷ ছুপাৰ অভাৰতো ড্ৰ’ কৰি পৰাজয়ৰ সন্মুখীন হয় নিউজিলেণ্ড ৷

WORLD CUP

স্পৰ্টছ ডেস্ক, 14 জুলাইঃ আই চি চিৰ নিয়মক লৈ সৰ্বত্ৰে চৰ্চা ৷ বাউণ্ডেৰী নিয়মৰ অধীনত চেম্পিয়ন দল নিৰ্ণয় কৰা নিয়মক সমালোচনা বহু ক্ৰিকেট অনুৰাগীৰ ৷ আনহাতে এই নিয়ম সন্দৰ্ভত বহু খেলুৱৈ, বলিউডৰ তাৰকাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷

  • Some rules in cricket definitely needs a serious look in.

    — Rohit Sharma (@ImRo45) July 15, 2019 " class="align-text-top noRightClick twitterSection" data=" ">

প্ৰথমবাৰৰ আই চি চি আন্তঃৰাষ্ট্ৰীয় এদিনীয়া ক্ৰিকেটৰ বিশ্বকাপৰ খিতাপ লাভ কৰিবলৈ সক্ষম হয় ইংলেণ্ডে ৷ টছত জয়ী হৈ প্ৰথমে বেটিঙ কৰি নিউজিলেণ্ডে ইংলেণ্ডক জয়ৰ বাবে লক্ষ্য বান্ধি দিছিল 242 ৰান ৷ নিউজিলেণ্ডে নিৰ্ধাৰিত 50 অভাৰত 8 টা উইকেট হেৰুৱাই সংগ্ৰহ কৰিছিল 241 ৰান ৷ নিউজিলেণ্ডৰ হৈ হেনৰী নিকল্ছে সৰ্বাধিক 55 ৰান কৰাৰ বিপৰীতে টম লেথামে 47, কেন উলিমায়চনে 30, মাৰ্টিন গুপটিলে 19, জিমী নীছামে 19, ৰছ টেইলৰে 15 ৰানৰ বৰঙণি আগবঢ়ায় ৷ ইংলেণ্ডৰ হৈ ক্ৰীছ ৱক্ছে 9 অভাৰত 37 ৰান দি 3 টা আৰু লিয়াম প্লাংকিটে 10 অভাৰত 42 ৰান দি 3 টা উইকেট দখল কৰে ৷ আনহাতে জফ্ৰা আৰ্ছাৰ, মাৰ্ক ৱুডে 1 টা কৈ উইকেট লাভ কৰে ৷

  • Its the most fuckin bullshit and a biased rule .. is the super over , which is one fuckin over , more important than the actual 50 over match ... just asking @ICC @cricketworldcup

    — Anurag Kashyap (@anuragkashyap72) July 14, 2019 " class="align-text-top noRightClick twitterSection" data=" ">

ইয়াৰ প্ৰত্যুত্তৰত ইংলেণ্ডেও বেন ষ্টকছৰ অপৰাজিত 84 ৰানৰ বিনিময়ত আটাইকেইটা উইকেট হেৰুৱাই 241 ৰান কৰিবলৈ সক্ষম হয় ৷ ইয়াৰ পাচত ছুপাৰ অভাৰত ইংলেণ্ডে প্ৰথমে বেটিং কৰি 15 ৰানৰ লক্ষ্য় বান্ধি দিয়ে নিউজিলেণ্ডক ৷ কিন্তু ছুপাৰ অভাৰতো মেচখন ড্ৰ’ হোৱাত মেচখনত অত্যাধিক বাউণ্ডেৰী কোৱাবাৰ বাবেই জয়ী নিৰ্ধাৰণ কৰা হয় ইংলেণ্ডক ৷

Intro:Body:

1019 ICC WORLD CHAMPION

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.