ETV Bharat / sports

ইটালিয়ান অ'পেনৰ খিতাপ দখল ৰাফেল নাডালৰ

ফাইনেলত জকভিচ'ক পৰাস্ত কৰি নৱম বাৰৰ বাবে ইটালিয়ান অ'পেনৰ খিতাপ দখল কৰি স্পেইনৰ তাৰকা গৰাকীয়ে

ইটালিয়ান অপেনৰ খিতাপ দখল ৰাফেল নাডালৰ
author img

By

Published : May 20, 2019, 3:12 AM IST

স্পৰ্টছ ডেস্ক,20 মেঃ 2019 বৰ্ষৰ ইটালিয়ান অ'পেন টেনিছৰ খিতাপ দখল কৰিলে স্পেনিছ টেনিছ তাৰকা ৰাফেল নাডালে ৷ ফাইনেলত ছাৰ্বিয়ান তাৰকা নভাক জকভিচক পৰাস্ত কৰি নৱমবাৰৰ বাবে ইটালিয়ান অ'পেনৰ খিতাপ অৰ্জন কৰে ৰাফেল নাডালে ৷ দেওবাৰে অনুষ্ঠিত ফাইনেলত বিশ্ব ৰেংকিঙৰ দ্বিতীয় স্থানত থকা ৰাফেল নাডালৰ বিৰুদ্ধে সহজে পৰাজয় বৰণ কৰে ৰেংকিঙৰ প্ৰথম স্থানত থকা জকভিচে ৷ 6-0,4-6,6-1 ছেটৰ ব্যৱধানত জকভিচক পৰাস্ত কৰে নাডালে ৷

উল্লেখযোগ্য যে,ৰাফেল নাডালৰ কেৰিয়াৰৰ এইটো হৈছে 81 সংখ্যক খিতাপ ৷

RAFAL NADAL WIN ITALIAN OPEN TITLE

ইটালিয়ান অপেনৰ খিতাপ দখল ৰাফেল নাডালৰ

ফাইনেলত জকভিচ'ক পৰাস্ত কৰি নৱম বাৰৰ বাবে ইটালিয়ান অপেনৰ খিতাপ দখল কৰি স্পেইনৰ তাৰকা গৰাকীয়ে 

স্পৰ্টছ ডেস্ক,20 মেঃ 2019 বৰ্ষৰ ইটালিয়ান অপেন টেনিছৰ খিতাপ দখল কৰিলে স্পেনিছ টেনিছ তাৰকা ৰাফেল নাডালে ৷ ফাইনেলত ছাৰ্বিয়ান তাৰকা নভাক জকভিচক পৰাস্ত কৰি নৱমবাৰৰ বাবে ইটালিয়ান অপেনৰ খিতাপ অৰ্জন কৰে ৰাফেল নাডালে ৷ দেওবাৰে অনুষ্ঠিত ফাইনেলত বিশ্ব ৰেংকিঙৰ দ্বিতীয় স্থানত থকা ৰাফেল নাডালৰ বিৰুদ্ধে সহজে পৰাজয় বৰণ কৰে ৰেংকিঙৰ প্ৰথম স্থানত থকা জকভিচে ৷ 6-0,4-6,6-1 ছেটৰ ব্যৱধানত জকভিচক পৰাস্ত কৰে নাডালে ৷ 

উল্লেখযোগ্য যে,ৰাফেল নাডালৰ কেৰিয়াৰৰ এইটো হৈছে 81 সংখ্যক খিতাপ ৷ 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.