ETV Bharat / sports

ইটালিয়ান অ’পেনৰ খিতাপ জয় কাৰোলিনা প্লিছকোভাৰ

জহাননা কণ্টাক পৰাস্ত কৰি এই বৰ্ষক দ্বিতীয়টো খিতাপ অৰ্জন কাৰোলিনা প্লিছকোভাৰ ৷

ইটালিয়ান অ’পেনৰ খিতাপ জয় কাৰোলিনা প্লিছকোভাৰ
author img

By

Published : May 19, 2019, 11:06 PM IST

স্পৰ্টছ ডেস্ক, 19 মে’ : দেওবাৰে ৰোমত অনুষ্ঠিত হোৱা ইটালিয়ান অ’পেনৰ চূড়ান্ত মেচত জয় লাভ চেক গণৰাজ্যৰ খেলুৱৈ কাৰোলিনা প্লিছকোভাৰ ৷ 1 ঘণ্টা 25 মিনিটলৈ চলা ফাইনেল মেচখনত গ্ৰেট ব্ৰিটেইনৰ জহাননা কণ্টাক 6-3, 6-4 ছেটত পৰাস্ত কৰি খিতাপ দখল কৰিবলৈ সক্ষম হয় প্লিছকোভাই ৷

ITALIAN OPEN

এই ছীজনত প্লিছকোভাৰ এইটো হৈছে দ্বিতীয়টো খিতাপ ৷ 1978 ৰ পিচত এই প্ৰতিযোগিতাত খিতাপ জয় কৰা প্ৰথমগৰাকী চেক গণৰাজ্যৰ খেলুৱৈ হ’ল প্লিছকোভা ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.