ETV Bharat / sports

কমনৱেলথ টেবুল টেনিছ প্ৰতিযোগিতাত ভাৰতৰ বিজয় ধ্বজা

21 সংখ্যক কমনৱেলথ টেবুল টেনিছ প্ৰতিযোগিতাত ভাৰতীয় পুৰুষ আৰু মহিলা শাখাত খিতাপ দখল ভাৰতৰ ৷

কমনৱেলথ টেবুল টেনিছ প্ৰতিযোগিতাত ভাৰতীয় দলৰ বিজয় ধ্বজা
author img

By

Published : Jul 20, 2019, 8:49 AM IST

স্পৰ্টছ ডেস্ক, 20 জুলাইঃ কটকৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত হোৱা কমনৱেলথ টেবুল টেনিছ প্ৰতিযোগিতাত ভাৰতীয় দলৰ বিজয় ধ্বজা ৷

কমনৱেলথ টেবুল টেনিছ প্ৰতিযোগিতাত ভাৰতীয় দলৰ বিজয় ধ্বজা

শুকুৰবাৰে ইংলেণ্ডক 3-2 ছেটত পৰাস্ত কৰি ভাৰতীয় পুৰুষ দলটোৱে খিতাপ জয় কৰিবলৈ সক্ষম হয় ৷ আনহাতে মহিলা দলটোৱে 3-0 ছেটত ইংলেণ্ড দলটোক পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে খিতাপ দখল কৰিবলৈ সক্ষম হৈছে ৷

ভাৰতীয় মহিলা দলটোৱে ধাৰাবাহিক আঠবাৰৰ বাবে খিতাপ দখল কৰা ছিংগাপুৰ দলটোক ছেমিফাইনেলত পৰাস্ত কৰি ফাইনেলত স্থান লাভ কৰিছিল ৷ আনহাতে পুৰষ দলটোৱে তৃতীয়বাৰৰ বাবে খিতাপ দখল কৰিবলৈ সক্ষম হৈছে ৷ ইয়াৰ পূৰ্বে 2004 আৰু 2015 চনত খিতাপ দখল কৰিছিল ভাৰতীয় পুৰুষ দলটোৱে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.