ETV Bharat / sports

ফ্ৰেন্স অপেন জয়েৰে ইতিহাস ৰছিলে পোলেণ্ডৰ ইগা ছুৱাটেকে - 6-4 6-1 ছেটত কেনিনক পৰাস্ত ইগাৰ

ফ্ৰেন্স অপেন জয়েৰে ইতিহাস ৰছিলে পোলেণ্ডৰ ইগা ছুৱাটেকে ৷ ছোফিয়া কেনিনক 6-4 6-1 ছেটত পৰাস্ত কৰিলে ছুৱাটেকে ৷

পোলেণ্ডৰ ইগা ছুৱাটেক
ফ্ৰেন্স অপেন জয়েৰে ইতিহাস ৰছিলে পোলেণ্ডৰ ইগা ছুৱাটেকে
author img

By

Published : Oct 10, 2020, 10:01 PM IST

স্পৰ্টছ ডেস্ক, 10 অক্টোবৰ : আমেৰিকাৰ ছোফিয়া কেনিনক পৰাস্ত কৰি ফ্ৰেন্স অপেনত ইতিহাস ৰছিলে পোলেণ্ডৰ টেনিছ তাৰকা ইগা ছুৱাটেকে ৷ শনিবাৰে অনুষ্ঠিত ফাইনেলত কেনিনক 6-4 6-1 ছেটত পৰাস্ত কৰি গ্ৰেণ্ডশ্লামৰ ছিংগলছ খিতাপ দখল কৰা প্ৰথমগৰাকী পোলিছ খেলুৱৈ হিচাপে পৰিগণিত হ'ল ইগা ৷

পোলেণ্ডৰ ইগা ছুৱাটেক
ফ্ৰেন্স অপেন জয়েৰে ইতিহাস ৰছিলে পোলেণ্ডৰ ইগা ছুৱাটেকে

1992 চনত মনিকা ছেলেচে ছুজান লেংলেন কাপ দখল কৰাৰ পাচত ৰোলাণ্ড গাৰোজ টুৰ্ণামেন্ট দখল কৰা 19 বৰ্ষীয় ইগা কনিষ্ঠতম খেলুৱৈ হিচাপেও পৰিগণিত হৈছে ৷

উল্লেখ্য যে, দ্বিতীয় ছেটৰ মাজতে আঘাতপ্ৰাপ্ত হৈছিল কেনিন ৷ ইয়াৰ পাচতে বিশ্ব ৰেংকিঙৰ 54 স্থানৰ ছুৱাটেকে জয় সাব্যস্ত কৰিবলৈ সক্ষম হয় ৷

লগতে পঢ়ক : ফ্ৰেন্স অ'পেনৰ ফাইনেলত বিশ্বৰ দুই শীৰ্ষ তাৰকাৰ মুখামুখি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.