নিউজ ডেস্ক, 13 নৱেম্বৰঃ আগন্তক এটিপি প্ৰতিযোগিতাত ফাইনেলত দানিল মেডভৱেডভ, আলেকজেণ্ডাৰ জেৰেভ আৰু ডিয়েগো স্ৱাৰ্টচমেনৰ সৈতে একেটা গ্ৰুপতে খেলিব নভাক ড'জকুভিকে ৷ 33 বছৰীয়া ড'জকুভিক বিগত 5 বাৰকৈ বিজয়ী আছিল এটিপিৰ প্ৰতিযোগিতাৰ ৷
সেয়েহে লণ্ডনত হ'বলগীয়া এই প্ৰতিযোগিতাত ষষ্ঠ বাৰৰ বাবে জয়ৰ চেষ্টা চলাব ড'জকুভিকে ৷ উল্লেখ্য যে, পুৰুষৰ চুড়ান্ত টেনিজ সংস্কৰণ নৱেম্বৰৰ 15 ৰ পৰা 22 তাৰিখলৈকে অনুষ্ঠিত হ'ব ৷
লগতে পঢ়কঃ ভাৰতৰ COVID-19 আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈছে 87.28 লাখলৈ