ETV Bharat / sports

বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপ : ছেমিফাইনেলত ৰুদ্ধ মেৰী কমৰ যাত্ৰা

সপ্তমবাৰৰ বাবে বিশ্বচেম্পিয়ন হোৱাৰ পৰা ব্যৰ্থ হ’ল ভাৰতৰ তাৰকা বক্সাৰ মেৰী কম ৷ তুৰ্কীৰ খেলুৱৈৰ হাতত পৰাস্ত হৈ ব্ৰ'ঞ্জৰ পদক অৰ্জন মেৰী কমৰ ৷

author img

By

Published : Oct 12, 2019, 12:48 PM IST

Updated : Oct 12, 2019, 1:59 PM IST

World womens boxing Championship mary kom clinches bronze

স্পৰ্টছ ডেস্ক, 12 অক্টোবৰঃ ৰাছিয়াত অনুষ্ঠিত হোৱা বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপৰ ছেমিফাইনেলত পৰাস্ত ছয়বাৰৰ বিশ্ব চেম্পিয়ন মেৰী কম ৷ তুৰ্কীৰ খেলুৱৈৰ হাতত পৰাস্ত হয় ব্ৰ'ঞ্জৰ পদকতে সন্তুষ্ট থাকিবলগীয়া হয় খেলুৱৈগৰাকী ৷ ইয়াৰ লগে-লগে সাত বাৰৰ বিশ্ব চেম্পিয়ন হোৱাৰ পৰা বঞ্চিত হয় মেৰী কম ৷

ব্ৰঞ্জ পদক অৰ্জন মেৰী কমৰ
ব্ৰঞ্জ পদক অৰ্জন মেৰী কমৰ

শনিবাৰে অনুষ্ঠিত 51 কিলোগ্ৰাম শাখাৰ মেচখনত তুৰ্কীৰ খেলুৱৈ বাছনাজ কাকিৰ’গ্লু (Busenaz Cakiroglu) ৰ হাতত 4-1 ব্যৱধানত পৰাজয়ৰ সন্মুখীন হয় মেৰী কম ৷ উল্লেখ্য যে, ব্ৰ'ঞ্জৰ পদক লাভ কৰা মেৰী কমৰ বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপত এইটো হৈছে অষ্টমটো পদক ৷

OTHERS
Last Updated : Oct 12, 2019, 1:59 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.