ETV Bharat / sports

বিশ্ব বক্সিং চেম্পিয়নশ্বিপঃ কোৱাৰ্টাৰ ফাইনেলত মেৰী কম

থাইলেণ্ডৰ প্ৰতিদ্বন্দীক পৰাস্ত কৰি বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ ছয়বাৰৰ বিশ্বচেম্পিয়ন মেৰী কমৰ ৷

author img

By

Published : Oct 8, 2019, 7:39 PM IST

Updated : Oct 10, 2019, 11:29 AM IST

বিশ্ব বক্সিং চেম্পিয়নশ্বিপঃ ছেমিফাইনেলত মেৰী কম

স্পৰ্টছ ডেস্ক, 8 অক্টোবৰঃ ৰুছত অনুষ্ঠিত হৈ থকা বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ মণিপুৰৰ বক্সাৰ তথা ছয়বাৰৰ বিশ্বচেম্পিয়ন মেৰী কমৰ ৷

মঙলবাৰে অনুষ্ঠিত মেচত থাইলেণ্ডৰ প্ৰতিদ্বন্দী জুাতমাছ জিতপ’ঙ (Jutamas Jitpong) ক পৰাস্ত কৰি এই সফলতা অৰ্জন কৰে ভাৰতীয় বক্সাৰগৰাকীয়ে ৷ মহিলাৰ 51 কিলোগ্ৰাম শাখাত 5-0 ব্যৱধানত জয় লাভ কৰিবলৈ সক্ষম হয় মেৰী কমে ৷

SPORTS ETV
Last Updated : Oct 10, 2019, 11:29 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.