ETV Bharat / sports

ইণ্ডিয়া অ'পেন : ছেমি ফাইনেলত শিৱ থাপা

চাৰিবাৰৰ এছিয়ান বক্সিং চেম্পিয়নৰ পদক দখলকাৰী ভাৰতীয় বক্সাৰ শিৱ থাপাই ইণ্ডিয়া অ'পেন বক্সিং চেম্পিয়নশ্বিপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে । ছেমি ফাইনেলৰ যুঁজত তেওঁ মৰিচাছৰ হেলিন ডাইমিনক ৫-০ ৰ ব্যৱধানত পৰাস্ত কৰে ।

author img

By

Published : May 22, 2019, 8:17 PM IST

ইণ্ডিয়া অ'পেন : ছেমি ফাইনেলত শিৱ থাপা

গুৱাহাটী, ২২ মে': দ্বিতীয় ইণ্ডিয়া অ'পেন আন্তৰাষ্ট্ৰীয় বক্সিং চেম্পিয়নশ্বিপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে বক্সাৰ শিৱ থাপাই । প্ৰতিযোগিতাৰ ৬০ কেজি শাখাৰ কোৱাৰ্টাৰ ফাইনেল মেচত অসমৰ শিৱ থাপাই মৰিচাছৰ হেলিন ডাইমিনক ৫ - ০ ৰ ব্যৱধানত পৰাস্ত কৰে ।

ইণ্ডিয়া অ'পেন : ছেমি ফাইনেলত শিৱ থাপা

এই জয়েৰে শিৱ থাপাই চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক নিশ্চিত কৰিছে ।

দ্বিতীয় ইণ্ডিয়া অপেন অন্ত:ৰাষ্ট্ৰীয় বক্সিঙ চেম্পিয়নশ্বিপৰ ছেমি ফাইনেলত প্ৰৱেশ শিৱ থাপা

প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেল মেচৰ ৬০ কেজি শাখাত ভাৰতৰ শিৱই জয়লাভ কৰে ৫- ০ব্যৱধানত

কোৱাৰ্টাৰত  শিৱই পৰাস্ত কৰিবলৈ সক্ষম হয় মৰিচাছৰ হেলিন ডাইমিনক (hellene daimien)

এই জয়েৰে শিৱই চেম্পিয়নশ্বিপ খনত ব্ৰঞ্জৰ পদক নিশ্চিত কৰিছে

বাইট : শিৱ থাপা

Slug: Shiv Thapa 

Feed : Live U
Script : Mail
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.