নিউজ ডেস্ক, 13 ছেপ্টেম্বৰ : কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু খেলমন্ত্ৰী কিৰেন ৰিজিজুৱে দেওবাৰে লাডাখত উপস্থিত হয় ৷ কেন্দ্ৰীয় শাসিত অঞ্চলটোত ক্ৰীড়া আন্তঃগাঁথনি মুকলি কৰিবলৈ এইদৰে উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকী ৷
ইতিমধ্যে লাডাখৰ লেহত এক অভিলাসী ক্ৰীড়া প্ৰকল্পৰ বাবে ই-আধাৰশীলা স্থাপন কৰে কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰীগৰাকীয়ে ৷ জম্মু-কাশ্মীৰৰ লেফ. গৱৰ্ণৰ মনোজ সিনহা, কেন্দ্ৰীয় মন্ত্ৰী ডাঃ জীতেন্দ্ৰ সিঙৰ সৈতে একেলগে এই ক্ৰীড়া প্ৰকল্পৰ আধাৰশীলা স্থাপন কৰে কেন্দ্ৰীয় খেলমন্ত্ৰীগৰাকীয়ে ৷
-
E-Foundation stone laid for Arun Jaitley Memorial Sports Complex at Hiranagar, Kathua in Jammu & Kashmir in presence of my colleague @DrJitendraSingh ji, LG of J&K @manojsinha_ ji and senior officials. pic.twitter.com/iSSpPXBAIm
— Kiren Rijiju (@KirenRijiju) September 13, 2020 " class="align-text-top noRightClick twitterSection" data="
">E-Foundation stone laid for Arun Jaitley Memorial Sports Complex at Hiranagar, Kathua in Jammu & Kashmir in presence of my colleague @DrJitendraSingh ji, LG of J&K @manojsinha_ ji and senior officials. pic.twitter.com/iSSpPXBAIm
— Kiren Rijiju (@KirenRijiju) September 13, 2020E-Foundation stone laid for Arun Jaitley Memorial Sports Complex at Hiranagar, Kathua in Jammu & Kashmir in presence of my colleague @DrJitendraSingh ji, LG of J&K @manojsinha_ ji and senior officials. pic.twitter.com/iSSpPXBAIm
— Kiren Rijiju (@KirenRijiju) September 13, 2020
আনহাতে উক্ত প্ৰকল্পৰ সকলো কাম-কাজ আগবঢ়াই নিবলৈ স্থানীয় সাংসদ জাময়াং ছেৰিং নামগ্যালৰ সৈতে আলোচনাত মিলিত হয় কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৱে ৷ টুইটযোগে এই কথা প্ৰকাশ কৰিছে কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু খেলমন্ত্ৰীগৰাকীয়ে ৷
-
Reached Ladakh to start construction of some important sports infrastructures. Had preliminary discussions with the Local MP @JTNBJP, Chief Executive Councilor with his team of Ladakh Autonomous Hill Development Council, Leh. pic.twitter.com/FrmBmDVtup
— Kiren Rijiju (@KirenRijiju) September 13, 2020 " class="align-text-top noRightClick twitterSection" data="
">Reached Ladakh to start construction of some important sports infrastructures. Had preliminary discussions with the Local MP @JTNBJP, Chief Executive Councilor with his team of Ladakh Autonomous Hill Development Council, Leh. pic.twitter.com/FrmBmDVtup
— Kiren Rijiju (@KirenRijiju) September 13, 2020Reached Ladakh to start construction of some important sports infrastructures. Had preliminary discussions with the Local MP @JTNBJP, Chief Executive Councilor with his team of Ladakh Autonomous Hill Development Council, Leh. pic.twitter.com/FrmBmDVtup
— Kiren Rijiju (@KirenRijiju) September 13, 2020
শনিবাৰে কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু খেলমন্ত্ৰী কিৰেন ৰিজিজু, জম্মু-কাশ্মীৰৰ লেফ. গৱৰ্ণৰ মনোজ সিনহা আৰু কেন্দ্ৰীয় মন্ত্ৰী ডাঃ জীতেন্দ্ৰ সিঙে সংযুক্তভাৱে অৰুণ জেটলি স্মাৰক ক্ৰীড়া প্ৰকল্পৰ ই-আধাৰশীলা স্থাপন কৰে ৷ কথুৱা জিলাৰ হিৰানগৰত এই অভিলাসী প্ৰকল্পটো স্থাপন কৰা হ'ব ৷
লগতে পঢ়ক : ঘোষণা কৰা হ’ল আইপিএলৰ ত্ৰয়োদশ সংস্কৰণৰ কাৰ্যক্ৰমণিকা