ETV Bharat / sports

চতুৰ্থ দিনৰ অন্তত খেল’ ইণ্ডিয়া য়ুথ গেমছৰ পদক তালিকা-

author img

By

Published : Jan 14, 2020, 3:32 AM IST

গুৱাহাটীত অনুষ্ঠিত হৈ থকা খেল’ ইণ্ডিয়া য়ুথ গেমছ 2020 ৰ চতুৰ্থ দিনা অসমৰ সুন্দৰ প্ৰদৰ্শন ৷ 7 টাকৈ পদক লাভ কৰি ত্ৰয়োদশ স্থানলৈ অগ্ৰগতি ঘৰুৱা দল অসমৰ ৷ খেলৰ অন্তত 3 টা সোণ, 5 টা ৰূপ আৰু 5 টা ব্ৰঞ্জ (মুঠ 13) পদক লাভ কৰিবলৈ সক্ষম হৈছে অসমে ৷ ইপিনে শীৰ্ষ স্থান দখল কৰি আছে মহাৰাষ্ট্ৰই ৷

চতুৰ্থ দিনৰ খেল’ ইণ্ডিয়া য়ুথ গেমছৰ পদক তালিকা-
চতুৰ্থ দিনৰ খেল’ ইণ্ডিয়া য়ুথ গেমছৰ পদক তালিকা-
  • খেল’ ইণ্ডিয়া য়ুথ গেমছৰ শীৰ্ষ দহ পদক তালিকা- (চতুৰ্থ দিন 13-01-2020)
স্থান ৰাজ্য সোণ ৰূপ ব্ৰঞ্জ মুঠ
1 মহাৰাষ্ট্ৰ 17 22 37 76
2 হাৰিয়ানা 17 16 14 47
3 দিল্লী 14 7 15 36
4 উত্তৰ প্ৰদেশ 10 9 13 32
5 গুজৰাট 10 9 9 28
6 তামিল নাডু 8 12 5 25
7 মধ্য প্ৰদেশ 7 4 6 17
8 কেৰালা 7 1 7 15
9 মণিপুৰ 4 3 7 14
10 ত্ৰিপুৰা 4 1 0 5
13 অসম 3 5 5 13

  • খেল’ ইণ্ডিয়া য়ুথ গেমছৰ শীৰ্ষ দহ পদক তালিকা- (চতুৰ্থ দিন 13-01-2020)
স্থান ৰাজ্য সোণ ৰূপ ব্ৰঞ্জ মুঠ
1 মহাৰাষ্ট্ৰ 17 22 37 76
2 হাৰিয়ানা 17 16 14 47
3 দিল্লী 14 7 15 36
4 উত্তৰ প্ৰদেশ 10 9 13 32
5 গুজৰাট 10 9 9 28
6 তামিল নাডু 8 12 5 25
7 মধ্য প্ৰদেশ 7 4 6 17
8 কেৰালা 7 1 7 15
9 মণিপুৰ 4 3 7 14
10 ত্ৰিপুৰা 4 1 0 5
13 অসম 3 5 5 13
Intro:Body:

khelo-india-2020-points-table-day-4


Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.