ETV Bharat / sports

অলিম্পিকলৈ প্ৰায় ১২৫ গৰাকী এথলীট প্ৰেৰণ কৰিব বুলি আশাবাদী নৰেন্দ্ৰ ধ্ৰুৱ বাত্ৰা

author img

By

Published : Jun 24, 2020, 3:32 PM IST

আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱস উপলক্ষে অয়োজন কৰা এক অনুষ্ঠানত আগন্তুক অলিম্পিকত প্ৰায় ১২৫ গৰাকী এথলীট প্ৰেৰণ কৰিব পাৰিব বুলি উল্লেখ কৰে ভাৰতীয় অলিম্পিক সংস্থাৰ অধ্যক্ষ নৰেন্দ্ৰ ধ্ৰুৱ বাত্ৰাই ।

নৰেন্দ্ৰ ধ্ৰুৱ বাত্ৰা
আগন্তুক অলিম্পিকত প্ৰায় ১২৫ গৰাকী এথলীট প্ৰেৰণ কৰিব বুলি আশাবাদী নৰেন্দ্ৰ ধ্ৰুৱ বাত্ৰা

নিউজ ডেস্ক, ২৪ জুনঃ আগন্তুক বৰ্ষত অনুষ্ঠিত হ'বলগীয়া অলিম্পিকত প্ৰায় ১২৫ গৰাকী এথলীট প্ৰেৰণ কৰিব পাৰিব বুলি দৃঢ় বিশ্বাসী ভাৰতীয় অলিম্পিক সংস্থাৰ অধ্যক্ষ নৰেন্দ্ৰ ধ্ৰুৱ বত্ৰা ।

উল্লেখ্য যে, আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱস উপলক্ষে অয়োজন কৰা অনুষ্ঠানত খেলুৱৈ লিয়ণ্ডৰ পেছ, অভিনৱ বিন্দ্ৰা, অঞ্জু ববী জৰ্জ আৰু নেডাৰলেণ্ডৰ ড্ৰগফ্লিকছ বিশেষজ্ঞ ক্লোৰিছৰ ববলেণ্ডৰ সৈতে মহামাৰী COVID-19ৰ বাবে স্থগিত হোৱা অলিম্পিক সন্দৰ্ভত বৈঠক অনুষ্ঠিত কৰে ।

খেল আৰু যুৱ সেৱা বিভাগ, নাভাল টাটৰ হকি একাডমিৰ সহযোগত আয়োজিত কৰা তথা প্ৰাক্তন ক্ৰিকেট খেলুৱৈ দীপ দাসগুপ্তা অধ্যক্ষতাত অনুষ্ঠিত কৰা বৈঠকত উপস্থিত থকা সকলোৱে অলিম্পিকলৈ প্ৰেৰণ কৰা এথলীট সকলক উচ্চ হাৰত প্ৰশিক্ষণ দিবলৈ তথা প্ৰশিক্ষণ দিয়া ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়াবলৈ মত ব্যক্ত কৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.