ETV Bharat / sports

নেদাৰলেণ্ডছক 5-2 ত পৰাস্ত ভাৰতৰ

author img

By

Published : Jan 19, 2020, 4:44 AM IST

FIH Pro League ৰ মেচত নেদাৰলেণ্ডছক 5-2 ব্যৱধানত পৰাস্ত কৰে ভাৰতে ৷ শনিবাৰে ভূৱনেশ্বৰৰ কালিংগা ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল মেচখন ৷

নেদাৰলেণ্ডছক 5-2 ত পৰাস্ত ভাৰতৰ
ভাৰত বনাম নেদাৰলেণ্ডছ

স্পৰ্টছ ডেস্ক, 19 জানুৱাৰী : আয়োজক ভাৰতে বিশ্বৰ তৃতীয় ৰেংকিঙৰ নেদাৰলেণ্ডছক FIH Pro League ৰ এখন মেচত পৰাস্ত কৰে ৷ শনিবাৰে ভূৱনেশ্বৰৰ কালিংগা ষ্টেডিয়ামত অনুষ্ঠিত মেচত ভাৰতে নেদাৰলেণ্ডছক 5-2 ব্যৱধানত পৰাস্ত কৰে ৷

মেচৰ প্ৰথমটো মিনিটতে গুজৰান্ট সিঙে ভাৰতৰ হৈ প্ৰথমটো গ'ল প্ৰদান কৰে ৷ মেচৰ 12 মিনিটত ৰূপীন্দৰপাল সিঙৰ জৰিয়তে ভাৰতে 2-0 ৰ অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হয় ৷ ইয়াৰ পাচতে নেদাৰলেণ্ডছৰ হৈ জিপ জানছেন আৰু জেৰোএন হাৰ্টছবাৰ্গাৰে এটাকৈ গ'ল কৰি সমতা স্থাপন কৰে ৷

FIH Pro League
ভাৰত বনাম নেদাৰলেণ্ডছ
FIH Pro League
ভাৰত বনাম নেদাৰলেণ্ডছ

33 মিনিটত মন্দীপে এটা গ'ল প্ৰদান কৰাৰ পাচতে 36 মিনিটত ললিত উপাধ্যায়ে অন্য এটা গ'ল প্ৰদান কৰে ৷ 46 মিনিটত ৰূপীন্দৰপাল সিঙৰ গ'লৰ জৰিয়তে ভাৰতে 5-2 ব্যৱধানত অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হয় ৷

নেদাৰলেণ্ডছক 5-2 ত পৰাস্ত ভাৰতৰ
ভাৰতীয় দল

আৰু পঢ়ক : ভাৰত বনাম অষ্ট্ৰেলিয়া : চিন্নস্বামীত শৃংখলাৰ চূড়ান্ত মেচ

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.