ETV Bharat / sports

মুকলি ঠাইত খেল খেলিবলৈ নৱ-প্ৰজন্মলৈ আহ্বান কপিল দেৱৰ

author img

By

Published : May 19, 2019, 12:51 PM IST

ক্ৰিকেটাৰ পিচত এইবাৰ গল্ফৰ প্ৰেমত পৰিছে প্ৰাক্তন তাৰকা খেলুৱৈ গৰাকী

মুকলি ঠাইত খেল খেলিবলৈ নবপ্ৰজন্মলৈ আহ্বান কপিল দেৱৰ

নিউজ ডেস্ক, 19 মে’: হৰিয়ানাৰ গুৰুগ্ৰামত গল্ফ খেলা দেখা গল প্ৰাক্তন ক্ৰিকেটাৰ কপিল দেৱক ৷ ক্ৰিকেটাৰ পিচত এইবাৰ গল্ফৰ প্ৰেমত পৰিছে প্ৰাক্তন তাৰকা খেলুৱৈ গৰাকী ৷ ইয়াৰ লগতে তেওঁ নৱ-প্ৰজন্মক মুকলি ঠাইত খেল খেলিবলৈ আহ্বান জনাই ৷

মুকলি ঠাইত খেল খেলিবলৈ নবপ্ৰজন্মলৈ আহ্বান কপিল দেৱৰ

লগতে পঢ়ক: পানেৰীত দুস্প্ৰাপ্য প্ৰজাতিৰ লাজুকি বান্দৰ উদ্ধাৰ

তেওঁ কয় যে মুকলি ঠাইত খেল খেলিলে প্ৰতিভা বিকাশ হয় ৷ উল্লেখ্য যে গল্ফ জগতত কপিল দেৱ এতিয়া এক জনপ্ৰিয় নাম ৷

Gurugram (Haryana), May 19 (ANI): Former cricketer Kapil Dev was seen playing golf in Haryana's Gurugram. After cricket, golf is his new love. While speaking to ANI, Dev said, "It was very nice and I have never expected something like that." He further said, "I think when they (kids) come out and play their sport, I think you might find somebody who has a talent and feel so much love about his game and he can start his life and career. And, that's what we are looking for."

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.