ETV Bharat / sports

যুৱ খেলুৱৈৰে ভাৱ বিনিময় অভিনেতা সুনীল শেট্টীৰ - ৰাজস্থানৰ জিংক ফুটবল একাডেমী

ৰাজস্থানৰ জিংক ফুটবল একাডেমীত উপস্থিত হৈ উদীয়মান ফুটবলাৰেৰে ভাৱ বিনিময় কৰে অভিনেতা সুনীল শেট্টীয়ে ৷ ক্ৰীড়া ক্ষেত্ৰৰ আন্তগাঁথনি আৰু সা-সুবিধা সম্পৰ্কত মন্তব্য কৰে তেওঁ ৷

যুৱ খেলুৱৈৰে ভাৱ বিনিময় সুনীল শেট্টীৰ
author img

By

Published : Jul 29, 2019, 8:35 PM IST

স্পৰ্টছ ডেস্ক, 29 জুলাই : ভাৰতীয় ফুটবল দলৰ অধিনায়ক সুনীল শেট্টীয়ে ৰাজস্থানৰ জিংক ফুটবল একাডেমীত উপস্থিত হৈ ক্ৰীড়া ক্ষেত্ৰৰ আন্তগাঁথনি আৰু সা-সুবিধা সম্পৰ্কত মন্তব্য কৰে ৷ একাডেমীত উদীয়মান ফুটবলাৰ সকলৰ সৈতে ভাৱ বিনিময় কৰি শেট্টীয়ে কয় যে, তেওঁ কেৰিয়াৰৰ আৰম্ভণিতে সঠিক আন্তগাঁথনি আৰু উন্নত সা-সুবিধা লাভ কৰা নাছিল ৷ ফুটবল একাডেমী খন ভ্ৰমণ কৰি তেওঁ কয় যে, এই একাডেমীৰ শিশু সকলক সঠিক পথ দেখুৱালে তেওঁলোকে ৰাজস্থানতে নহয় ৰাষ্ট্ৰীয় পৰ্যায়তো সফলতা লাভ কৰিবলৈ সক্ষম হ'ব ৷

ETV BHARAT ASSAM
যুৱ খেলুৱৈৰে ভাৱ বিনিময় সুনীল শেট্টীৰ

ইয়াৰোপৰি,দেশৰ যুৱ খেলুৱৈ সকলে উপযুক্ত সুবিধা সমূহ লাভ কৰাৰ বাবে তাৰকা ফুটবলাৰ গৰাকী আনন্দিত হৈ পৰে ৷ শেট্টীয়ে উদীয়মান ফুটবলাৰ সকলৰ সৈতে ভাৱ বিনিময় কৰাৰ লগতে ক্ৰীড়া ক্ষেত্ৰত তেওঁৰ অভিজ্ঞতা সম্পৰ্কে বৰ্ণনা কৰে ৷

ETV BHARAT ASSAM
যুৱ খেলুৱৈৰে ভাৱ বিনিময় সুনীল ছেত্ৰীৰ

WISH I HAD BETTER INFRASTRUCTURE,FACILITIES : SUNIL CHHETRI

যুৱ খেলুৱৈৰে ভাৱ বিনিময় সুনীল ছেত্ৰীৰ

স্পৰ্টছ ডেস্ক, 29 জুলাই : ভাৰতীয় ফুটবল দলৰ অধিনায়ক সুনীল ছেত্ৰীয়ে ৰাজস্থানৰ জিংক ফুটবল একাডেমীত উপস্থিত হৈ ক্ৰীড়া ক্ষেত্ৰৰ আন্তগাঁথনি আৰু সা - সুবিধা সম্পৰ্কত মন্তব্য কৰে ৷ একাডেমীত উদীয়মান ফুটবলাৰ সকলৰ সৈতে ভাৱ বিনিময় কৰি ছেত্ৰীয়ে কয় যে, তেওঁ কেৰিয়াৰৰ আৰম্ভণিতে সঠিক আন্তগাঁথনি আৰু উন্নত সা - সুবিধা লাভ কৰা নাছিল ৷ ফুটবল একাডেমী খন ভ্ৰমণ কৰি তেওঁ কয় যে, এই একাডেমীৰ শিশু সকলক সঠিক পথ দেখুৱালে তেওঁলোকে ৰাজস্থানতে নহয় ৰাষ্ট্ৰীয় পৰ্যায়তো সফলতা লাভ কৰিবলৈ সক্ষম হ'ব ৷

ইয়াৰোপৰি, দেশৰ যুৱ খেলুৱৈ সকলে উপযুক্ত সুবিধা সমূহ লাভ কৰাৰ বাবে তাৰকা ফুটবলাৰ গৰাকী আনন্দিত হৈ পৰে ৷ ছেত্ৰীয়ে উদীয়মান ফুটবলাৰ সকলৰ সৈতে ভাৱ বিনিময় কৰাৰ লগতে ক্ৰীড়া ক্ষেত্ৰত তেওঁৰ অভিজ্ঞতা সম্পৰ্কে বৰ্ণনা কৰে ৷ 
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.