ETV Bharat / sports

সন্তোষ ট্ৰফীত অগ্ৰগতি অসমৰ - ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতা

শক্তিশালী মহাৰাষ্ট্ৰক 3-2 গ'লৰ ব্যৱধানত পৰাস্ত কৰিলে অসমে ৷

সন্তোষ ট্ৰফীত অগ্ৰগতি অসমৰ
author img

By

Published : Apr 12, 2019, 7:30 PM IST

স্পৰ্টছ ডেস্ক,12 এপ্ৰিলঃ সন্তোষ ট্ৰফীত চাঞ্চল্যকৰ জয় অসম দলৰ ৷ বৃহস্পতিবাৰে শক্তিশালী মহাৰাষ্ট্ৰৰ বিৰুদ্ধে এখন গুৰুত্বপূৰ্ণ মেচত 3-2 গ'লৰ ব্যৱধানত জয়ী হয় অসম দল ৷ অসম দলৰ হৈ মিলন বসুমতাৰীয়ে দুটাকৈ গ'ল স্কৰ কৰাৰ লগতে খেলৰ অন্তিম মিনিটত বিজয়সূচক গ'লটো দিয়ে চিৰনদীপ মৰাণে ৷

etv assam
সন্তোষ ট্ৰফীত অগ্ৰগতি অসমৰ

উল্লেখযোগ্য যে, 8 এপ্ৰিল অৰ্থাৎ সোমবাৰৰ পৰা আৰম্ভ হৈছে 2019 বৰ্ষৰ সন্তোষ ট্ৰফী ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতা ৷ প্ৰতিযোগিতাৰ প্ৰথমখন মেচত আয়োজক পাঞ্জাৱৰ বিপক্ষে পৰাস্ত হৈছিল অসম দল ৷ পৰৱৰ্তী মেচত অহা 13 এপ্ৰিল তাৰিখে চিকিমৰ মুখা-মুখি হ'ব অসমৰ দলটো ৷

SANTOSH TROPHY FOOTBALL

সন্তোষ ট্ৰফীত অগ্ৰগতি অসমৰ

শক্তিশালী মহাৰাষ্ট্ৰক 3-2 গ'লৰ ব্যৱধানত পৰাস্ত কৰিলে অসমে

স্পৰ্টছ ডেস্ক,12 এপ্ৰিলঃ সন্তোষ ট্ৰফীত চা‘ঞ্চল্যকৰ জয় অসম দলৰ ৷ বৃহস্পতিবাৰে শক্তিশালী মহাৰাষ্ট্ৰৰ বিৰুদ্ধে এখন গুৰুত্বপূৰ্ণ মেচত 3-2 গ'লৰ ব্যৱধানত জয়ী হয় অসম দল ৷ অসম দলৰ হৈ মিলন বসুমতাৰীয়ে দুটাকৈ গ'ল স্কৰ কৰাৰ লগতে খেলৰ অন্তিম মিনিটত বিজয়সূচক গ'লটো দিয়ে চিৰনদীপ মৰাণে ৷ 

উল্লেখযোগ্য যে, ৮ এপ্ৰিল অৰ্থাৎ সোমবাৰৰ পৰা আৰম্ভ হৈছে ২০১৯ বৰ্ষৰ সন্তোষ ট্ৰফী ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতা ৷ প্ৰতিযোগিতাৰ প্ৰথমখন মেচত আয়োজক পাঞ্জাৱৰ বিপক্ষে পৰাস্ত হৈছিল অসম দল ৷ পৰৱৰ্তী মেচত অহা 13 এপ্ৰিল তাৰিখে চিকিমৰ মুখা-মুখি হ'ব অসমৰ দলটো ৷ 

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.