ETV Bharat / sports

দোপিং টেষ্টত ব্যৰ্থ ৰাণা ঘৰাণী

author img

By

Published : Apr 27, 2019, 1:01 PM IST

আইএছএলৰ দিল্লী ডাইনামোজ দলৰ খেলুৱৈ ৰাণা ঘৰাণীয়ে নাডাৰ দ্বাৰা অনুষ্ঠিত কৰা দোপিং টেষ্টত ব্যৰ্থ হৈছে ৷ এই দ্ৰব্য ইচ্ছাকৃতভাৱে সেৱন কৰা বুলি প্ৰমাণিত হ'লে প্ৰায় 4 বছৰৰ নিষেধাজ্ঞা লাভ কৰিব খেলুৱৈগৰাকীয়ে ৷

RANA GHARANI

নিউজ ডেস্ক, 27 এপ্ৰিল: ভাৰতীয় সংস্কৰণৰ ফুটবল প্ৰিমিয়াৰ লীগৰ দিল্লী ডাইনামোজ দলৰ খেলুৱৈ ৰাণা ঘৰাণীয়ে নাডাৰ দ্বাৰা অনুষ্ঠিত কৰা দোপিং টেষ্টত ব্যৰ্থ হৈছে ৷ এই বৰ্ষৰ 31 জানুৱাৰীত ৰাণাৰ সংগ্ৰহিত প্ৰসাৱৰ নমুনাত বহুকেইবিধ দ্ৰব্যৰ উপস্থিতি ধৰা পৰিছে ৷ খেলুৱৈগৰাকীয়ে ইচ্ছাকৃতভাৱে এই দ্ৰব্য সেৱন কৰা বুলি প্ৰমাণ হ'লে প্ৰায় 4 বছৰৰ নিষেধাজ্ঞা লাভ কৰিব, অন্যথা খেলুৱৈগৰাকীক 2 বছৰৰ নিষেধাজ্ঞা আৰোপ কৰিব পাৰে ৷

নাডাৰ পৰা এই সন্দৰ্ভত ই - মেইল লাভ কৰাৰ পাছতে সৰ্ব ভাৰতীয় ক্ৰিকেট পৰিষদে সাময়িকভাৱে 28 বৰ্ষীয় খেলুৱৈগৰাকীক বৰ্খাস্ত কৰিছে ৷ এতিয়া তেওঁক নিজৰ স্থিতি সন্দৰ্ভত উত্তৰ দিবলৈ এসপ্তাহৰ সময়সীমা ধাৰ্য কৰি দিয়া হৈছে ৷ উল্লেখ্য যে, আইএছএলত দিল্লী ডাইনামোজৰ হৈ অভিষেক ঘটাইছিল ৰাণা ঘৰাণীয়ে আৰু দলটোৰ সৈতে এতিয়াও এবছৰৰ চুক্তি বাকী আছে তেওঁৰ ৷ ইতিমধ্যে এই দলৰ হৈ 14 খন মেচত অংশগ্ৰহণ কৰিছে প্ৰাক্তন মোহন বাগানৰ খেলুৱৈগৰাকীয়ে ৷

RANA GHARANI TESTS POSITIVE BY THE NADA

DqAQuk6XcAAUmGo.jpg
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.