গুৱাহাটী, ৬ মাৰ্চ: কাইলৈ গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হ'ব আই এছ এলৰ ছেমিফাইনেল মেচ । এইখন মেচত ঘৰুৱা দল নৰ্থ ইষ্ট ইউনাইটেড মুখামুখি হ'ব বাংগালোৰ এফ চিৰ । ছেমিফাইনেলৰ পূৰ্বে বুধবাৰে এক সংবাদমেল সম্বোধন কৰে নৰ্থ ইষ্ট ইউনাইটেডৰ মুখ্য প্ৰশিক্ষক এলকো স্কেটোৰীয়ে । কঠোৰ পৰিশ্ৰম আৰু খেলুৱৈৰ দুৰ্দান্ত প্ৰদৰ্শনৰ জৰিয়তে ছেমিফাইনেলত প্ৰৱেশ কৰাৰ কথা উল্লেখ কৰে প্ৰশিক্ষকগৰাকীয়ে ।
ঘৰুৱা মাটিত ছেমিফাইনেল নৰ্থ ইষ্ট দলৰ - ETV BHARAT
কাইলৈ গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত ঘৰুৱা দল নৰ্থ ইষ্ট ইউনাইটেড মুখামুখি হ'ব বাংগালোৰ এফ চিৰ । আই এছ এলৰ চেম্পিয়নৰ খিতাপ অৰ্জন কৰিবলৈ আত্মবিশ্বাসী দলটো ।
![ঘৰুৱা মাটিত ছেমিফাইনেল নৰ্থ ইষ্ট দলৰ](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2620914-831-149d8c6c-b6b5-4b2f-8140-57242a515c74.jpg?imwidth=3840)
ISL SEMIFINAL
গুৱাহাটী, ৬ মাৰ্চ: কাইলৈ গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হ'ব আই এছ এলৰ ছেমিফাইনেল মেচ । এইখন মেচত ঘৰুৱা দল নৰ্থ ইষ্ট ইউনাইটেড মুখামুখি হ'ব বাংগালোৰ এফ চিৰ । ছেমিফাইনেলৰ পূৰ্বে বুধবাৰে এক সংবাদমেল সম্বোধন কৰে নৰ্থ ইষ্ট ইউনাইটেডৰ মুখ্য প্ৰশিক্ষক এলকো স্কেটোৰীয়ে । কঠোৰ পৰিশ্ৰম আৰু খেলুৱৈৰ দুৰ্দান্ত প্ৰদৰ্শনৰ জৰিয়তে ছেমিফাইনেলত প্ৰৱেশ কৰাৰ কথা উল্লেখ কৰে প্ৰশিক্ষকগৰাকীয়ে ।
ISL SEMIFINAL
ISL SEMIFINAL
Slug: A_GHY_6MAR_801_ISL NORTH EAST PC_HIRUL HAQUE
কাইলৈ গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত আই এছ এলৰ ছেমিফাইনেল মেচ। বাংগালোৰ এফ চিয়ে মুখামুখি হ'ব ঘৰুৱা দল নষ্ট ইষ্ট ইউনাইটেডৰ। ছেমিফাইনেলৰ পূৰ্বে বুধবাৰে এক সংবাদমেল সম্বোধন কৰে নষ্ট ইষ্টৰ ইউনাইটেডৰ মুখ্য প্ৰশিক্ষক এলকো স্কেটোৰী। বহু কঠিন চেষ্টা আৰু খেলুৱৈৰ দুৰ্দান্ত খেল প্ৰদৰ্শনৰ জৰিয়তে ছেমিফাইনেত প্ৰৱেশ কৰাৰ কথা উল্লেখ কৰে প্ৰশিক্ষকগৰাকীয়ে। ছেমিফাইনেলৰ বাবে বিশেষ ৰণকৌশল প্ৰস্তুত কৰিছে দলটোৱে। ইফালে এইবাৰৰ আই এছ এলৰ চেম্পিয়নৰ খিতাপ অৰ্জন কৰিব বুলি আত্মবিশ্বাসী ঘৰুৱা দলটো।
Visual-FTP
(Hirul Haque/Guwahati)