ETV Bharat / sports

আইএছএল 2020-21 : দল, ষ্টেডিয়াম, তাৰকা খেলুৱৈ, প্ৰাইজমানি...

author img

By

Published : Nov 19, 2020, 2:07 PM IST

ছিজনৰ প্ৰথম মেচত মুখামুখি হ'ব কেৰালা ব্লাষ্টাৰ্ছ আৰু এটিকে মোহন বাগান ৷ বাম্বোলিমৰ জিএমচি ষ্টেডিয়ামত অনুষ্ঠিত হ'ব প্ৰথমখন মেচ ৷

ISL 2020-21
আইএছএল 2020-21

স্পৰ্টছ ডেস্ক, 19 নৱেম্বৰ : গোৱাত 20 নৱেম্বৰ অৰ্থাৎ শুকুৰবাৰৰ পৰা আয়োজিত হ'ব ভাৰতীয় ছুপাৰ লীগৰ (ISL) সপ্তম সংস্কৰণ ৷ নতুন দল ইষ্ট বেংগলৰ অন্তৰ্ভূক্তিৰে 2020-21 ছিজনত থাকিব 11 টা দল ৷ কলকাতাৰ প্ৰখ্যাত ফুটবল দল মোহন বাগান সংযোজিত হৈছে এটিকেৰ সৈতে ৷ জনপ্ৰিয় মোহন বাগানৰ উপস্থিতিৰ ফলত এইবছৰৰ আইএছএল দৰ্শকৰ বাবে অধিক আকৰ্ষণীয় হ'ব বুলি অনুমান কৰা হৈছে ৷

ইষ্ট বেংগল আৰু এটিকে মোহন বাগানৰ অন্তৰ্ভূক্তিয়ে আইএছএল পূৰ্বৰ তুলনাত পৃথক কৰিব ৷ পূৰ্বৰ ছিজনৰ তুলনাত এইবাৰৰ আইএছএলে অধিক অনুৰাগী লাভ কৰিব বুলি আশা কৰা হৈছে ৷ 4.59 বিলিয়ন মূল্যৰ আইএছএলৰ সকলো মেচ ক'ভিড-19 ৰ প্ৰতি লক্ষ্য ৰাখি গোৱাত আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷

ছিজনৰ প্ৰথম মেচত মুখামুখি হ'ব কেৰালা ব্লাষ্টাৰ্ছ আৰু এটিকে মোহন বাগান ৷ বাম্বোলিমৰ জিএমচি ষ্টেডিয়ামত অনুষ্ঠিত হ'ব প্ৰথমখন মেচ ৷ এয়া কেৰালা ব্লাষ্টাৰ্ছৰ বাবে ঘৰুৱা মেচ হিচাপে বিবেচিত হ'ব ৷ ছিজনৰ আৰম্ভণিতে চাওঁ আহক এই বছৰৰ ছিজনৰ কিছু গুৰুত্বপূৰ্ণ তথ্য...

দলসমূহ :

এটিকে মোহন বাগান

মুখ্য প্ৰশিক্ষক : এন্ট'নিঅ' লোপেজ হাব্বাছ (স্পেইন)

মুখ্য খেলুৱৈ : ৰয় কৃষ্ণ, তিৰি, প্ৰবীৰ দাস, সন্দেশ জিংগান, ডেভিদ উইলিয়ামছ

আইএছএল 2020-21
এটিকে মোহন বাগান

বেংগালুৰু এফ চি

মুখ্য প্ৰশিক্ষক : কাৰ্লছ কোৱাড্ৰাট (স্পেইন)

মুখ্য খেলুৱৈ : গুৰপ্ৰীত সিং সন্ধু, উদান্ত সিং, ক্লেইটন ছিলভা, দেশৰ্ণ ব্ৰাউন, ক্ৰিষ্টিয়ান অপছেথ, সুনীল চেত্ৰী

আইএছএল 2020-21
বেংগালুৰু এফ চি

চেন্নাইয়ান এফ চি

মুখ্য প্ৰশিক্ষক : চিচাবা লাছজলো (ৰোমানিয়া)

মুখ্য খেলুৱৈ : জেৰী লালৰিনজোৱালা, অনিৰুদ্ধ থাপা, ফাটখুল্লু ফাটখুলোয়েভ, লাল্লিয়ানজুৱালা, ৰাফেল ক্ৰিভেলাৰো জাকুব ৷

আইএছএল 2020-21
চেন্নাইয়ান এফ চি

এফ চি গোৱা

মুখ্য প্ৰশিক্ষক : জুৱান ফেৰান্দো (স্পেইন)

মুখ্য খেলুৱৈ : জেমছ দোনাকি, ছেৰিটন ফাৰ্ণাণ্ডেজ, ব্ৰেণ্ডন ফাৰ্ণাণ্ডেজ, এডু বেদিয়া, প্ৰিন্সটন ৰেবেলো, ইগৰ এনগুলো ৷

আইএছএল 2020-21
এফ চি গোৱা

হায়দৰাবাদ এফ চি

মুখ্য প্ৰশিক্ষক : মেনুৱেল মাৰ্কুৱেজ ৰোকা (স্পেইন)

মুখ্য খেলুৱৈ : অডেই অনাইন্দিয়া, জায়াও ভিক্টৰ, লুইছ শাস্ত্ৰে, আৰিডানে সান্তানা, ফ্ৰান সান্তানা, ৰোহিত ডানু ৷

আইএছএল 2020-21
হায়দৰাবাদ এফ চি

জামছেদপুৰ এফ চি

মুখ্য প্ৰশিক্ষক : অৱেন কয়ল (ইউনাইটেড কিংডম)

মুখ্য খেলুৱৈ : ষ্টিফেন এজে, পিটাৰ হাৰ্টলে, অমৰজিৎ সিং, জেকীচান্দ সিং, নেৰিজুছ ভালস্কিচ ৷

আইএছএল 2020-21
জামছেদপুৰ এফ চি

কেৰালা ব্লাষ্টাৰ্ছ

মুখ্য প্ৰশিক্ষক : কিবু ভিকুনা (স্পেইন)

মুখ্য খেলুৱৈ : বাকাৰী কোনে, কোষ্টা হামোইনেছু, জেছেল কাৰনেইৰো, ছাহাল আব্দুল চামাদ, ছাৰ্জিঅ' চিডোনচা, গেৰী হুপাৰ ৷

আইএছএল 2020-21
কেৰালা ব্লাষ্টাৰ্ছ

মুম্বাই চিটী এফ চি

মুখ্য প্ৰশিক্ষক : ছাৰ্জিঅ' লোবাৰা (স্পেইন)

মুখ্য খেলুৱৈ : অমৰিন্দৰ সিং, মোৰটাডা ফাল, আহমেদ জাহোহ, হাৰ্নান সান্তানা, হোগো বোমাউছ, বাৰ্থোলোমিউ, আদাম লি ফোন্দ্ৰে ৷

আইএছএল 2020-21
মুম্বাই চিটী এফ চি

উড়িশা এফ চি

মুখ্য প্ৰশিক্ষক : ষ্টুৱাৰ্ট বাক্সটাৰ (ইংলেণ্ড)

মুখ্য খেলুৱৈ : শুভম সাৰংগী, ষ্টিভেন টেইলৰ, জেৰী, মেনুৱেল অনয়ো, মাৰ্চেলিনহো ৷

আইএছএল 2020-21
উড়িশা এফ চি

নৰ্থ ইষ্ট ইউনাইটেড এফ চি

মুখ্য প্ৰশিক্ষক : জেৰাৰ্ড নাছ (স্পেইন)

মুখ্য খেলুৱৈ : শুভাশীষ ৰয়, ইড্ৰিছা ছাইলা, নিনথোইনগানবা মিটেই, কোৱেচি এপিয়া, লুইছ মাচাডো ৷

আইএছএল 2020-21
নৰ্থ ইষ্ট ইউনাইটেড এফ চি

এচ চি ইষ্ট বেংগল

মুখ্য প্ৰশিক্ষক : ৰবী ফৌলাৰ (ইংলেণ্ড)

মুখ্য খেলুৱৈ : দেৱজিত মজুমদাৰ, এন্ঠনী পিলকিংটন, ডেনী ফক্স, জেকিউছ মাগহোমা, লিংদহ, জেজে লালপেখলুৱা ৷

আইএছএল 2020-21
এচ চি ইষ্ট বেংগল

ষ্টেডিয়ামসমূহ :

* জৱাহৰলাল নেহৰু ষ্টেডিয়াম, ফাডোৰদা

* জি এম চি এথলেটিক ষ্টেডিয়াম, বামবোলিম

* তিলক মৈদাম ষ্টেডিয়াম, ভাস্কো

আইএছএলৰ ফৰমেট

যোৱা ছিজনৰ তুলনাত এইবাৰ 20 খন মেচ বেছিকৈ আয়োজন কৰা হ'ব ৷ মুঠ 115 খন মেচ অনুষ্ঠিত কৰা হ'ব ৷ সকলো মেচ ৰাউণ্ড ৰবীন ফৰমেটত আয়োজিত হ'ব ৷ শীৰ্ষ চাৰিটা দলে প্লে' অফৰ যোগ্যতা অৰ্জন কৰিব ৷ আনহাতে, লীগ পৰ্যায়ৰ জয়ী দলে অহা বছৰৰ AFC চেম্পিয়ন লীগৰ যোগ্যতা অৰ্জন কৰিব পাৰিব ৷

এটা দলে কিমান খেলুৱৈ সলনি কৰিব পাৰিব ?

সকলো দলে তিনিৰ পৰিৱৰ্তে পাঁচজনকৈ বিকল্প খেলুৱৈ সলনি কৰিব পাৰিব ৷ এটা দলে অতি কমেও পাঁচ আৰু সৰ্বাধিক সাতজন বিদেশী খেলুৱৈক চুক্তিবদ্ধ কৰিব পাৰিব ৷

অৰ্থ :

* চেম্পিয়ন - $1.01 মিলিয়ন (প্ৰায় 8 কোটি)

* ৰানাৰ্ছ আপ - $540,650 (প্ৰায় 4 কোটি)

* ছেমি ফাইনেলিষ্ট - $202,500 (প্ৰায় 1.5 কোটি)

* সৰ্বাধিক গ'ল - গল্ডেন বুট আৰু $4,500 (প্ৰায় 3 লাখ)

* শ্ৰেষ্ঠ গ'লকীপাৰ - গল্ডেন গ্লভ আৰু $4,500 (প্ৰায় 3 লাখ)

* লীগৰ প্ৰতিভাৱান খেলুৱৈ - $3,400 (প্ৰায় 2.5 লাখ)

* শ্ৰেষ্ঠ খেলুৱৈ - $6,800 (প্ৰায় 5 লাখ)

ক'ত চাব পাৰিব আইএছএল ?

সকলো মেচ লাইভ উপভোগ কৰিব পাৰিব ষ্টাৰ স্পৰ্টছ নেটৱৰ্ক আৰু এছিয়ানেট প্লাছত ৷ ইয়াৰোপৰি, ডিজনী+হটষ্টাৰ VIP আৰু জিঅ' টিভিত অলনাইন চাব পাৰিব ৷

লগতে পঢ়ক : এটিপি ফাইনেলছ : জক'ভিচক পৰাস্ত মেডভেডেভৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.