ETV Bharat / sports

৫ মে'ৰ পৰা ভাৰতীয় মহিলা লীগ ফুটবল - TOTAL 12 TEAMS

৫ মে'ৰ পৰা ভাৰতীয় মহিলা লীগৰ তৃতীয় ছিজন আৰম্ভ হ'ব । অ'পেনিং মেচত ডিফেণ্ডিং চেম্পিয়ন ৰাইজিং ষ্টুডেন্টছে গকুলাম কেৰালা এফচিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব ।

৫ মে'ৰ পৰা ভাৰতীয় মহিলা লীগ
author img

By

Published : May 4, 2019, 4:48 PM IST

নিউজ ডেস্ক, ৪ মে': ভাৰতীয় মহিলা লীগ চমুকৈ আইডব্লিউএল ৰ তৃতীয় ছিজন পঞ্জাৱৰ গুৰু নানক ষ্টেডিয়ামত মে'ৰ ৫ তাৰিখৰ পৰা আৰম্ভ হ'ব । অ'পেনিং মেচত ডিফেণ্ডিং চেম্পিয়ন ৰাইজিং ষ্টুডেন্টছে গকুলাম কেৰালা এফচিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব । সৰ্বমুঠ ১২ টা দলে অংশগ্ৰহণ কৰিবলগীয়া এই ফুটবল টুৰ্ণামেন্টত দুটা গ্ৰুপত দলবোৰক ভাগ কৰা হৈছে ।

ETV BHARAT ASSAM
৫ মে'ৰ পৰা ভাৰতীয় মহিলা লীগ

সৰ্বভাৰতীয় ফুটবল সন্থাৰ সাধাৰণ সম্পাদক কুশল দাসে জনোৱা অনুসৰি ভাৰতীয় মহিলা ফুটবলে এক ৰোমাঞ্চকৰ সময়েৰে গতি কৰিছে । ভাৰতীয় দলে শেহতীয়াকৈ আন্তৰাষ্ট্ৰীয় পৰ্যায়ত ভাল প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হৈছে বুলি তেওঁ মন্তব্য কৰে ।

INDIAN WOMEN'S LEAGUE TO BEGIN ON MAY 5

৫ মে'ৰ পৰা ভাৰতীয় মহিলা লীগ

নিউজ ডেস্ক, ৪ মে': ভাৰতীয় মহিলা লীগ চমুকৈ আইডব্লিউএল ৰ তৃতীয় ছিজন পঞ্জাৱৰ  গুৰু নানক ষ্টেডিয়ামত মে'ৰ ৫ তাৰিখৰ পৰা আৰম্ভ হৈছে । আৰম্ভণিৰ মেচত ডিফেণ্ডিং চেম্পিয়ন ৰাইজিং ষ্টুডেন্টছে গকুলাম কেৰালা এফচিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব । সৰ্বমুঠ ১২ টা দলে অংশগ্ৰহণ কৰিবলগীয়া এই টুৰ্ণামেন্টত দুটা গ্ৰুপত দলবোৰক ভাগ কৰা হৈছে । 

সৰ্বভাৰতীয় ফুটবল সন্থাৰ সাধাৰণ সম্পাদক কুশল দাসে জনোৱা অনুসৰি ভাৰতীয় মহিলা ফুটবলে এক ৰোমাঞ্চকৰ সময়েৰে গতি কৰিছে । ভাৰতীয় দলে শেহতীয়াকৈ আন্তৰাষ্ট্ৰীয় পৰ্যায়ত ভাল প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হৈছে বুলি তেওঁ মন্তব্য কৰে । 
D5su-AaU8AA3ff1.jpg
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.