ETV Bharat / sports

ফিফা ৰেংকিঙত দুটা স্থানলৈ উন্নীত ভাৰত - ETV BHARAT

ফিফা ৰেংকিঙৰ তালিকাত ভাৰতীয় ফুটবল দলে দুটা স্থান উন্নীত হৈ 101 সংখ্যক স্থান অধিকাৰ কৰিছে ৷ বৃহস্পতিবাৰে প্ৰকাশিত ৰেংকিঙত 1219 ৰেংকিঙ পইন্টেৰে ভাৰতে এছিয়াৰ দেশসমূহৰ ভিতৰত 18 সংখ্যক স্থান লাভ কৰিছে ৷ ইয়াৰোপৰি 1737 পইন্টেৰে বেলজিয়ামে শীৰ্ষ স্থান দখল কৰিছে ৷

INDIAN FOOTBALL TEAM RISES TWO PLACES IN FIFA RANKINGS
author img

By

Published : Apr 5, 2019, 11:37 AM IST

নিউজ ডেস্ক, 5 এপ্ৰিলঃ বৃহস্পতিবাৰে ঘোষণা কৰা ফিফা ৰেংকিঙৰ তালিকাত ভাৰতীয় ফুটবল দলে দুটা স্থান উন্নীত হৈ 101 সংখ্যক স্থান অধিকাৰ কৰিছে ৷ 1219 ৰেংকিঙ পইন্টেৰে ভাৰতে এছিয়াৰ দেশসমূহৰ ভিতৰত 18 সংখ্যক স্থান লাভ কৰিছে ৷

ভাৰতৰ উপৰি এছিয়াৰ দেশসমূহৰ ভিতৰত ইৰাণে সৰ্বোচ্চ 21 সংখ্যক স্থান দখল কৰাৰ উপৰিও জাপানে 26 সংখ্যক, দক্ষিণ কোৰিয়াই 37 সংখ্যক, অষ্ট্ৰেলিয়াই 41 সংখ্যক আৰু কাটাৰে 55 সংখ্যক স্থান দখল কৰিছে ৷ 1737 পইন্টেৰে বেলজিয়ামে শীৰ্ষ স্থান দখল কৰাৰ উপৰি 1734 পইন্টেৰে ফ্ৰান্স দ্বিতীয়, 1676 পইন্টেৰে ব্ৰাজিল তৃতীয়, 1647 পইন্টেৰে ইংলেণ্ড চতুৰ্থ আৰু 1621 পইণ্টেৰে ক্ৰৱেচিয়াই পঞ্চম স্থান দখল কৰিছে ৷

ফিফা ৰেংকিঙত দুটা স্থান উন্নীত ভাৰত

নিউজ ডেস্ক, 5 এপ্ৰিল: বৃহস্পতিবাৰে ঘোষণা কৰা ফিফা ৰেংকিঙৰ তালিকাত ভাৰতীয় ফুটবল দলে দুটা স্থান উন্নীত হৈ 101 সংখ্যক স্থান অধিকাৰ কৰিছে ৷ 1219 ৰেংকিঙ পইন্টেৰে ভাৰতে এছিয়াৰ দেশসমূহৰ ভিতৰত 18 সংখ্যক স্থান লাভ কৰিছে ৷ 

ভাৰতৰ উপৰি এছিয়াৰ দেশসমূহৰ ভিতৰত ইৰাণে সৰ্বোচ্চ 21 সংখ্যক স্থান দখল কৰাৰ উপৰিও জাপানে 26 সংখ্যক, দক্ষিণ কোৰিয়াই 37 সংখ্যক, অষ্ট্ৰেলিয়াই 41 সংখ্যক আৰু কাটাৰে 55 সংখ্যক স্থান দখল কৰিছে ৷ 1737 পইন্টেৰে বেলজিয়ামে শীৰ্ষ স্থান দখল কৰাৰ উপৰি 1734 পইন্টেৰে ফ্ৰান্স দ্বিতীয়, 1676 পইন্টেৰে ব্ৰাজিল তৃতীয়, 1647 পইন্টেৰে ইংলেণ্ড চতুৰ্থ আৰু 1621 পইণ্টেৰে ক্ৰৱেচিয়াই পঞ্চম স্থান দখল কৰিছে ৷ 

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.