ETV Bharat / sports

সুস্থ হৈ উঠিছে ফুটবল তাৰকা পেলে

ক্ৰমাৎ সুস্থ হৈ উঠিছে ব্ৰাজিলৰ মহান ফুটবল তাৰকা পেলে ৷ অসুস্থতাৰ বাবে পেৰিছত চিকিৎসাধীন হৈ থকা খেলৃুৱৈগৰাকীক সোমবাৰে চিকিৎসালয়ৰ পৰা মুক্তি প্ৰদান কৰাৰ লগতে সম্পূৰ্ণ সুষ্ঠ বুলি জনায় চিকিৎসকে ৷ তেওঁ চিকিৎসালয়ত পৰিদৰ্শনৰ বাবে তাৰকা খেলুৱৈ নেইমাৰ যোৱা এখন ফ'টো চছিয়েল মিডিয়াত প্ৰকাশ পায় ৷

PELE WITH NEYMAR
author img

By

Published : Apr 9, 2019, 2:13 PM IST

নিউজ ডেস্ক, 9 এপ্ৰিলঃ সোমবাৰে ব্ৰাজিলৰ মহান ফুটবল তাৰকা পেলেক পেৰিছৰ এখন চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হয় ৷ ব্ৰাজিলৰ সংবাদ মাধ্যমে জনোৱা অনুসৰি অতি সোনকালেই ঘৰলৈ ঘূৰি আহিব 78 বছৰীয়া প্ৰাক্তন জাতীয় দলৰ খেলুৱৈগৰাকী ৷ চ'ছিয়েল মিডিয়াত সোমবাৰে ব্ৰাজিলৰ বৰ্তমানৰ তাৰকা খেলুৱৈ নেইমাৰে চিকিৎসালয়ত পেলেক দেখা কৰিবলৈ গৈ এখন ফ'টো শ্বেয়াৰ কৰিছিল ৷ ব্ৰাজিলিয়ান ৱেবছাইট গ্ল'ব স্পৰ্টছৰ আগত নেইমাৰে পৰিদৰ্শনৰ বাবে অহাৰ বাবে ধন্যবাদ জনায় পেলেই ৷

PELE WITH NEYMAR

উল্লেখ্য যে, তিনিবাৰৰ বিশ্বকাপ দখলকাৰী পেলেই যোৱা বুধবাৰে মূত্ৰনলীৰ সংক্ৰমণৰ বাবে চিকিৎসালয়ত ভৰ্তি হ'ব লগা হৈছিল ৷ চিকিৎসালয় কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে, পেলেৰ ৰোগ জটিল নহয় আৰু এতিয়া সুষ্ঠ হোৱাৰ পথত তেওঁ ৷ টুইটাৰৰ জৰিয়তেও নিজৰ অনুৰাগীসকলক তেওঁৰ সুস্থতাৰ কথা জনোৱাৰ লগতে আকৌ খেলিবলৈ সাজু হৈ আছে বুলি জনায় মহান খেলুৱৈগৰাকীয়ে ৷

FOOTBALL LEGEND PELE DISCHARGED FROM HOSPITAL

সুস্থ হৈ উঠিছে ফুটবল তাৰকা পেলে

নিউজ ডেস্ক, 9 এপ্ৰিল: সোমবাৰে ব্ৰাজিলৰ মহান ফুটবল তাৰকা পেলেক পেৰিছৰ এখন চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হয় ৷ ব্ৰাজিল সংবাদ মাধ্যমে জনোৱা অনুসৰি অতি সোনকালেই ঘৰলৈ ঘূৰি আহিব 78 বছৰীয়া প্ৰাক্তন জাতীয় দলৰ খেলুৱৈগৰাকী ৷ চ'ছিয়েল মিডিয়াত সোমবাৰে ব্ৰাজিলৰ বৰ্তমানৰ তাৰকা খেলুৱৈ নেইমাৰে চিকিৎসালয়ত পেলেক দেখা কৰিবলৈ গৈ এখন ফ'টো শ্বেয়াৰ কৰে ৷ ব্ৰাজিলিয়ান ৱেবছাইট গ্ল'ব স্পৰ্টছৰ আগত নেইমাৰে পৰিদৰ্শনৰ বাবে অহাৰ বাবে ধন্যবাদ জনায় পেলেই ৷ 

উল্লেখ্য যে, তিনিবাৰৰ বিশ্বকাপ দখলকাৰী পেলেই যোৱা বুধবাৰে ইউৰিনেৰী সংক্ৰমণৰ বাবে চিকিৎসালয়ত ভৰ্তি হ'ব লগা হৈছিল ৷ চিকিৎসালয় কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে, পেলেৰ ৰোগ জটিল নহয় আৰু এতিয়া সুষ্ঠ হোৱাৰ পথত তেওঁ ৷ টুইটাৰৰ জৰিয়তেও নিজৰ অনুৰাগীসকলক তেওঁৰ সুষ্ঠতাৰ কথা জনোৱাৰ লগতে আকৌ খেলিবলৈ সাজু হৈ আছে বুলি জনায় মহান খেলুৱৈগৰাকীয়ে ৷ 
D3ptbp7XsAICHBf.jpg
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.