ETV Bharat / sports

মৰকানাৰ পৰা বিশ্বকাপ কোৱালিফায়াৰৰ আৰম্ভ কৰাৰ সম্ভাৱনা ব্ৰাজিলৰ

স্বাস্থ্য় সংকটৰ প্ৰতি লক্ষ্য ৰাখি দলৰ যাত্ৰাৰ সময়সূচী হ্ৰাস কৰাৰ চিন্তা-চৰ্চা চিবিএফৰ । লগতে য'ত মেচ অনুষ্ঠিত হ'ব তাৰ নিকৰ্টৱৰ্তী স্থানতেই অনুশীলনৰ বিকল্প প্ৰদান ।

author img

By

Published : Jul 7, 2020, 8:40 PM IST

Brazil eyeing to kick of world cup qualifier

স্পৰ্টছ ডেস্ক, 7 জুলাই : আগন্তুক 2022 বিশ্বকাপৰ কোৱালিফায়িং মেচৰ আৰম্ভণি ৰিঅ' ডি জেনেৰিঅ'ৰ মৰকানা ষ্টেডিয়ামৰ পৰা আৰম্ভ কৰাৰ সম্ভাৱনা আছে ব্ৰাজিল ফুটবল দলটোৰ । ইয়াক লৈ ইতিমধ্য়ে বিচাৰ বিবেচনা অব্যাহত ৰাখিছে ব্ৰাজিল ফুটবল ফেডাৰেচনে ।

এক সংবাদ এজেঞ্চীৰ মতে, দক্ষিণ আমেৰিকা জ'নৰ কোৱালিফায়াৰ্ছ মেচ সমূহ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হ'ব । যিটো যোৱা পাঁচ মাহৰ পৰা কৰ'ণা ভাইৰাছৰ ফলত স্থগিত হৈ আছে ।

ব্ৰাজিল দলটোৱে 2022 বিশ্বকাপৰ কোৱালিফায়িং মেচত ব'লিবিয়া, ভেনেজুৱেলা আৰু আৰ্জেণ্টিনাৰ বিৰুদ্ধে ঘৰুৱা মেচত অৱতীৰ্ণ হ'ব ।

ব্ৰাজিল ফুটবল দল
ব্ৰাজিল ফুটবল দল

চিবিএফয়ে স্বাস্থ্য় সংকটৰ প্ৰতি লক্ষ্য ৰাখি দলৰ যাত্ৰাৰ সময়সূচী হ্ৰাস কৰাৰ চিন্তা-চৰ্চা লগতে য'ত মেচ অনুষ্ঠিত হ'ব তাৰ নিকৰ্টৱৰ্তী স্থানতেই অনুশীলনৰ বিকল্প প্ৰদান কৰিছে ।

দক্ষিণ আমেৰিকা ফুটবল ফেডাৰেচনে কয় যে, তেওঁলোকে তেওঁলোকৰ বিশ্বকাপ কোৱালিফায়িং টুৰ্ণামেণ্ট আৰম্ভ কৰাৰ বাবে তিনিৰ পৰা আঠ ছেপ্তেম্বৰত ফিফা আন্তঃৰাষ্ট্ৰীয় উইণ্ডৰ ৰখাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.