ETV Bharat / sports

প্ৰত্যাশাৰ চাপে আঘাত কৰিছে গিলক : গাভাস্কাৰ - গাভাস্কাৰ

আইপিএলৰ পূৰ্বৱৰ্তী সংস্কৰণত 33.84 গড়ে 14 খন মেচত 440 ৰাণ সংগ্ৰহ কৰা শুভমন গিলে চলিত বৰ্ষৰ আইপিএলত ভাল ফলাফল দেখুৱাব পৰা নাই ৷ আইপিএলৰ বাকী কেইখন মেচ স্থগিত ৰখাৰ পূৰ্বে অংশগ্ৰহণ কৰা 7 খন মেচতো উত্তম ফলাফল দেখুৱাব নোৱাৰিলে যুৱ ক্ৰিকেটাৰগৰাকীয়ে ৷ এই মন্তব্য প্ৰাক্তন বেটছমেন সুনীল গাভাস্কাৰৰ ৷

সুনীল গাভাস্কাৰ
Sunil Gavaskar
author img

By

Published : May 10, 2021, 12:42 PM IST

স্পৰ্টছ ডেস্ক,10 মে’ : ভাৰতীয় ক্ৰিকেট দলৰ যুৱ ক্ৰিকেটাৰ শুভমন গিলৰ ক্ৰিকেটৰ সংগ্ৰামে প্ৰাক্তন বেটছমেন সুনীল গাভাস্কাৰৰ দৃষ্টি আকৰ্ষণ কৰিছে ৷ তেওঁ অনুভৱ কৰে যে, যুৱ ক্ৰিকেটাৰগৰাকী প্ৰত্যাশাৰ চাপত বিচলিত হৈ পৰিছে ।

উল্লেখ্য যে, চলিত বৰ্ষৰ আইপিএলত কলকাতা নাইট ৰাইডাৰ্ছ (কেকেআৰ)ৰ অপেনাৰ গিলে মেচত বিশেষ প্ৰভাৱ পেলাব নোৱাৰিলে । পূৰ্বৱৰ্তী সংস্কৰণত 33.84 গড়ে 14 খন মেচত 440 ৰাণ সংগ্ৰহ কৰিছিল শুভমন গিলে ৷

কিন্তু চলিত বৰ্ষৰ আইপিএলত ভাল ফলাফল দেখুৱাব পৰা নাই ক্ৰিকেটাৰগৰাকীয়ে ৷ আইপিএলৰ বাকী কেইখন মেচ স্থগিত ৰখাৰ পূৰ্বে অংশগ্ৰহণ কৰা 7 খন মেচতো উত্তম ফলাফল দেখুৱাব নোৱাৰিলে গিলে ৷

গাভাস্কাৰে গিলৰ এই বিফলতা প্ৰত্যক্ষ কৰি কয় যে, গিল মাত্ৰ এজন 21 বছৰীয়া শিশু আৰু তেওঁৰ ভৱিষ্যৎ আছে ৷ তেওঁ কয় যে, "শুভমান গিলৰ মনত হঠাতে প্ৰত্যাশাৰ চাপ আহি পৰিছে । তেওঁৰ ভৱিষ্যৎ আছে আৰু হয়তো প্ৰত্যাশাৰ চাপে তেওঁক ভাৰাক্ৰান্ত কৰি তুলিছে" ৷

লগতে পঢ়ক : অৱসৰ ঘোষণা টেনিছ তাৰকা বাৰবোৰা ষ্ট্ৰাইকোভাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.