ETV Bharat / sports

আইপিএল ২০২১: KKRত যোগদান হৰভজন সিঙৰ - হৰভজন সিং

মুম্বাই ইণ্ডিয়ানছ আৰু চেন্নাই চুপাৰ কিংছক প্ৰতিনিধিত্ব কৰি এইবেলি প্ৰথমবাৰৰ বাবে হৰভজন সিঙে কলকাতা নাইট ৰাইডাৰ্ছ (কেকেআৰ)ৰ স্পিন বিভাগত অন্তৰ্ভুক্ত হ'ব ।

আইপিএল ২০২১ঃ কেকেআৰত যোগদান হৰভজন সিঙৰ
আইপিএল ২০২১ঃ কেকেআৰত যোগদান হৰভজন সিঙৰ
author img

By

Published : Mar 28, 2021, 3:10 PM IST

ষ্পৰ্টছ ডেস্ক, ২৮ মাৰ্চ: হৰভজন সিঙে কলকাতা নাইট ৰাইডাৰ্ছ (KKR)ৰ স্পিন বিভাগত অন্তৰ্ভুক্ত হ'ব । মুম্বাই ইণ্ডিয়ানছ আৰু চেন্নাই চুপাৰ কিংছক প্ৰতিনিধিত্ব কৰি এয়া প্ৰথমবাৰৰ বাবে হৰভজন সিঙে প্ৰতিনিধিত্ব কৰিব । বিশিষ্ট স্পিনাৰ বলাৰক এই বছৰত নিলামত ২ কোটি টকাত ক্ৰয় কৰা হৈছিল ।

ইতিমধ্যে শনিবাৰে হৰভজন সিং সহিতে আন কেইবাজনো KKR খেলুৱৈয়ে মুম্বাইত হোটেলত বিচিচিআইৰ নিৰ্দেশনা অনুসৰি কোৱাৰেন্টাইনত আছে । অহা ১১ এপ্ৰিলত KKRএ চানৰাইজ হায়দৰাবাদৰ বিৰুদ্ধে প্ৰতিযোগিতাত নামিব ।

লগতে পঢ়ক:নতুন জাৰ্চী মুকলি কৰিলে মুম্বাই ইণ্ডিয়ানছ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.