ETV Bharat / sports

মাহী হ'ল 200 IPL ৰ মেচ খেলা প্ৰথম গৰাকী খেলুৱৈ

চেন্নাই চুপাৰ কিঙৰ অধিনায়ক এম এছ ধোনী 200 ইণ্ডিয়ান প্ৰীমিয়াৰ লীগ চমুকৈ IPL মেচ খেলা প্ৰথম ক্ৰিকেটাৰ হিচাপে পৰিগণিত হৈছে ৷ ভাৰতৰ পূৰ্বৰ বেটিং প্ৰশিক্ষক সঞ্জয় বাংগাৰে ধোনীৰ সফলতাক প্ৰশংসা কৰে ৷

author img

By

Published : Oct 19, 2020, 9:56 PM IST

Dhoni becomes first to play 200 IPL matches
মাহী হ'ল 200 IPL ৰ মেচ খেলা প্ৰথম গৰাকী খেলুৱৈ

স্পৰ্টছ ডেস্ক, 19 অক্টোবৰ : চেন্নাই চুপাৰ কিঙছৰ অধিনায়ক এম এছ ধোনী 200 ইণ্ডিয়ান প্ৰীমিয়াৰ লীগ চমুকৈ IPL মেচ খেলা প্ৰথম ক্ৰিকেটাৰ হিচাপে পৰিগণিত হৈছে ৷ এই সন্দৰ্ভত তেওঁ কয় যে, এই সন্দৰ্ভত মই বহুত সুখী ৷ IPL ৰ দীৰ্ঘদিনীয়া খেল খেলাৰ খেলুৱৈ হিচাপে মই সুখী ৷

উল্লেখ্য যে, ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে চেন্নাই চুপাৰ কিংছৰ খেলত ধোনীয়ে সৰ্বমুঠ 4568 ৰান কৰিবলৈ সক্ষম হৈছিল ৷ য'ত তেওঁ 106 টা কেচ আৰু 39 খন মেচসহ 145 টা ডিচমিচৰ সৈতে নেতৃত্ব দিছিল ।

আনহাতে, ভাৰতৰ পূৰ্বৰ বেটিং প্ৰশিক্ষক সঞ্জয় বাংগাৰে সোমবাৰৰ মেচৰ আগতে টিভি শ্ব'ত এটাত ধোনীৰ সফলতাক প্ৰশংসা কৰে ৷

লগতে পঢ়ক : গোলাঘাটত ব্যতিক্ৰমী ৰূপত কুসুম কৈলাশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.