ETV Bharat / sports

চতুৰ্থ স্থানত বেটিং কৰাৰ ইচ্ছা প্ৰকাশ ৰাছেলৰ

চতুৰ্থ স্থানত বেটিং কৰাৰ ইচ্ছা প্ৰকাশ কলকাতা নাইট ৰাইডাৰ্ছৰ খেলুৱৈ আণ্ড্ৰে ৰাছেলৰ ৷ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ হাতত পৰাজয়বৰণ কৰাৰ পাচতেই এই মন্তব্য কেৰেবিয়ান খেলুৱৈগৰাকীৰ ৷

author img

By

Published : Apr 20, 2019, 12:30 PM IST

চতুৰ্থ স্থানত বেটিং কৰাৰ ইচ্ছা ৰাছেলৰ

স্পৰ্টছ ডেস্ক, 20 এপ্ৰিলঃ শুকুৰবাৰে আই পি এলৰ 35 সংখ্যক মেচত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ হাতত 10 ৰানত পৰাস্ত হয় কলকাতা নাইট ৰাইডাৰ্ছ ৷ মেচখনত ৰাছেলে বিস্ফোৰক 25 টা বলত 65 ৰান কৰিবলৈ সক্ষম হৈছিল ৷ মেচখনৰ অন্তত ৰাছেলে কয় মেচৰ পৰিস্থিতি অনুসৰি চতুৰ্থ স্থানত বেটিং কৰাটো দলৰ বাবে লাভ দায়ক হ’ল হৈ বুলি উল্লেখ কৰে ৷ কাৰণ এক বৃহৎ লক্ষ্য অতিক্ৰম কৰিছিল কলকাতা নাইট ৰাইডাৰ্ছে ৷ প্ৰথমে বেটিং কৰি ৰয়েলছ চেলেঞ্জাৰ্ছ বেংগালুৰুৱে 214 ৰানৰ লক্ষ্য বান্ধি দিছিল কলকাতা নাইট ৰাইডাৰ্ছক ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.