ETV Bharat / sports

ভাৰত বনাম অষ্ট্ৰেলিয়াঃ বিৰাট কোহলীৰ অনুপস্থিতিয়ে কোনটো চেনেলক ক্ষতি কৰিব ?

author img

By

Published : Nov 12, 2020, 4:01 PM IST

ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীয়ে কেৱল সীমিত অভাৰৰ মেচ আৰু আৰু আগন্তুক অষ্ট্ৰেলিয়াৰে অনুষ্ঠিত হ‘বলগীয়া টেষ্ট মেচসমূহৰ কেৱল প্ৰথমখন টেষ্ট মেচ খেলাৰ সিদ্ধান্তই ব্ৰডকাষ্টাৰ্চ চেনেল 7 ক যথেষ্ট ক্ষতি কৰিব ৷ অন্যহাতে প্ৰতিদ্বন্দী চেনেল ফক্স স্পৰ্টচক যথেষ্ট লাভাম্বিত কৰিব ৷

Kohli's absence in India-Aus Tour drags 2 media houses on war path
ভাৰত বনাম অষ্ট্ৰেলিয়াঃ বিৰাট কোহলীৰ অনুপস্থিতিয়ে কোনটো চেনেলক ক্ষতি কৰিব ?

স্পৰ্টচ ডেস্ক, 12 নৱেম্বৰ : ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীয়ে কেৱল সীমিত অভাৰৰ মেচ আৰু আৰু আগন্তুক অষ্ট্ৰেলিয়াৰে অনুষ্ঠিত হ‘বলগীয়া টেষ্ট মেচসমূহৰ কেৱল প্ৰথমখন টেষ্ট মেচ খেলাৰ সিদ্ধান্তই ব্ৰডকাষ্টাৰ্চ চেনেল-7ক যথেষ্ট ক্ষতি কৰিব ৷ অন্যহাতে প্ৰতিদ্বন্দী চেনেল ফক্স স্পৰ্টচক যথেষ্ট লাভাম্বিত কৰিব ৷

ফ্ৰী টু এয়াৰ চেনেল-7, যিয়ে 4 খন মেচৰ টেষ্ট শৃংখলাৰ অধিকাৰ লাভ কৰে ৷ আনহাতে ফক্স স্পৰ্টচ, যিয়ে তিনিখন টি-20 আৰু কেবাখনো এদিনীয়াৰ সম্প্ৰচাৰৰ অধিকাৰ লাভ কৰিছে ৷ তদুপৰি এডিলেড অ'বেলত খেলিবলগীয়া প্ৰথমখন দুয়োটা চেনেলেই প্ৰথমটো টেষ্টৰ সম্প্ৰচাৰ কৰিবলৈ সক্ষম হ‘ব ৷ উক্ত টেষ্ট মেচতে খেলিব বিৰাট কোহলীয়ে ৷ বিচিচিআইয়ে সোমবাৰে কোহলীৰ পিতৃত্ব অৰ্জনৰ প্ৰাকমূহুৰ্তত পত্নী অনুষ্কাৰ সৈতে সময় কটোৱাৰ বাবে অনুমতি প্ৰদান কৰিছে ৷ বিচিচিআইয়ে প্ৰথম টেষ্টৰ পাছতে কোহলীক স্বদেশলৈ উভতাৰ অনুমতি প্ৰদান কৰিছে ৷

লগতে পঢ়ক: সশস্ত্ৰ সংগ্ৰাম ত্যাগ কৰিলে আলফা (স্বা) উপ-মুখ্য সেনাধ্যক্ষ দৃষ্টি ৰাজখােৱাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.