ETV Bharat / sports

ৰাহুলৰো অৰ্ধশতক অৰ্জন

ৰোহিত শৰ্মাৰ পাছতে অৰ্ধশতক অৰ্জন কৰিলে কে. এল. ৰাহুলে ৷

author img

By

Published : Jun 16, 2019, 4:33 PM IST

ৰাহুলৰো অৰ্ধশতক অৰ্জন

স্পৰ্টছ ডেস্ক, 16 জুন : বিশ্বকাপৰ হাই ভল্টেজ ভাৰত - পাকিস্তান মেচত ৰোহিত শৰ্মাৰ পাছতে অৰ্ধশতক অৰ্জন কৰিলে কে. এল. ৰাহুলে ৷ 70 টা বলত 3 টা চাৰি আৰু 1 টা ছয়ৰ জৰিয়তে অৰ্ধশতক অৰ্জন কৰে ৰাহুলে ৷

স্পৰ্টছ ডেস্ক, 16 জুন : বিশ্বকাপৰ হাই ভল্টেজ ভাৰত - পাকিস্তান মেচত ৰোহিত শৰ্মাৰ পাছতে অৰ্ধশতক অৰ্জন কৰিলে কে. এল. ৰাহুলে ৷ 70 টা বলত 3 টা চাৰি আৰু 1 টা ছয়ৰ জৰিয়তে অৰ্ধশতক অৰ্জন কৰে ৰাহুলে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.