স্পৰ্টছ ডেস্ক, 9 জুলাই : বিশ্বকাপ ক্ৰিকেট, 2019ৰ প্ৰথমখন ছেমি ফাইনেলত টছত জয়ী হৈ বেটিঙৰ সিদ্ধান্ত গ্ৰহণ নিউজিলেণ্ডৰ ৷ তাৰোপৰি, দলটোৰ চূড়ান্ত একাদশতো এজন খেলুৱৈৰ সালসলনি ঘটোৱা হৈছে ৷ কুলদীপ যাদৱৰ স্থানত য়ুজবেন্দ্ৰ ছাহালক দলত সুযোগ প্ৰদান কৰা হৈছে ৷
![ETV BHARAT ASSAM](https://etvbharatimages.akamaized.net/etvbharat/prod-images/3789030_1.png)