ETV Bharat / sports

প্ৰথম মেচৰ পূৰ্বে ড'পিং টেষ্টৰ সন্মুখীন বুমৰাহ - ড'পিং টেষ্টৰ সন্মুখীন বুমৰাহ

বিশ্বকাপৰ প্ৰথমখন মেচৰ পূৰ্বে ভাৰতীয় দলৰ বলাৰ জছপ্ৰীত বুমৰাহ সন্মুখীন হ'ব লগা হৈছে ড'পিং টেষ্টৰ ৷ এই কথা সদৰী কৰে ভাৰতীয় ক্ৰিকেট ব'ৰ্ডৰ এক সূত্ৰই ৷

প্ৰথম মেচৰ পূৰ্বে ড'পিং টেষ্টৰ সন্মুখীন বুমৰাহ
author img

By

Published : Jun 4, 2019, 1:22 PM IST

নিউজ ডেস্ক, 4 জুন : বিশ্বকাপ ক্ৰিকেটৰ প্ৰথমখন মেচত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে যুঁজৰ বাবে ভাৰতীয় দলে প্ৰস্তুতি চলাই থকাৰ সময়তে দলৰ অন্যতম বলাৰ জছপ্ৰীত বুমৰাহ সন্মুখীন হৈছে ড'পিং টেষ্টৰ ৷ ছাউথাম্পটনৰ ৰ'জ বল ষ্টেডিয়ামত ভাৰতীয় দলৰ খেলুৱৈ সকলে অনুশীলন কৰি থকাৰ সময়তে ড'প নিয়ন্ত্ৰণৰ বিষয়া সকলে বুমৰাহৰ পৰীক্ষা সম্পন্ন কৰে ৷ দুই পৰ্যায়ৰ এই পৰীক্ষাত খেলুৱৈ গৰাকীৰ প্ৰস্ৰাৱ আৰু তেজ পৰীক্ষা কৰা হয় ৷

ETV BHARAT ASSAM
জছপ্ৰীত বুমৰাহ

উল্লেখ্য যে, প্ৰতিটো আইচিচি ইভেন্টৰ পূৰ্বে ভাৰতীয় ক্ৰিকেট ব'ৰ্ডৰ খেলুৱৈ সকলে ড'পিং এজেন্সী চমুকৈ ৱাডাৰ ড'পিং টেষ্টৰ সন্মুখীন হ'ব লাগে ৷ বুমৰাহে ড'পিং টেষ্টৰ সন্মুখীন হোৱাৰ কথা ভাৰতীয় ক্ৰিকেট ব'ৰ্ডৰ এক সূত্ৰই সদৰী কৰে ৷

JASPRIT BUMRAH UNDERGOES DOPING TEST

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.